VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চাৰি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা ওলাল অৰিয়ান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ, মনোৰঞ্জন
পুনৰ চৰ্চালৈ আহিছে জেষ্ঠপুনৰ  অধিবক্তা সতীশ মানচিন্দেৰ নাম
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

চাৰি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হল ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলিউডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ অৰিয়ান খান। আজি দিনৰ 11.30 বজাত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জেলৰ পৰা ওলাই আহি এখন বগা বিলাসী গাড়ীত উঠি 23 বছৰীয়া অৰিয়ান ঘৰ অভিমুখে ৰাওনা হয়। অৱশ্যে কাৰাগৰৰ পৰা মুকলি কৰি নিয়াৰ সময়ত অৰিয়ানৰ পিতৃ- মাতৃক দেখা পোৱা নগল। বৰঞ্চ শ্বাহৰুখৰ ঘনিষ্ঠ সুৰক্ষা কৰ্মীয়েহে কাৰাগৰৰ পৰা অৰিয়ানক মুকলি কৰি লৈ যায়। যোৱা বৃহস্পতিবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰিয়ানৰ জামিন মঞ্জুৰ কৰিছিল । কিন্তু কালি সন্ধিয়া 5.30 বজা পর্যন্ত প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে তেওঁ অতিৰিক্ত দুনিশা কাৰাগাৰত কটাবলগীয়া হয়। আজি পুৱা অভিনেত্ৰী জুহি চাওলাই মুম্বাই ছেছন আদালতত 1 লাখ টকাৰ বেইল বণ্ডত স্বাক্ষৰ কৰা পিছতে যাৱতীয় নথিপত্ৰ দাখিল কৰা হয়।

ইয়াৰ পিছতে অৰিয়ানক জেলৰ পৰা মুকলি কৰি দিয়া হয়। জামিন মঞ্জুৰ কৰিলেও কেতবোৰ বিশেষ চৰ্ত বান্ধি দিছে বোম্বে উচ্চ ন্যায়ালয়ে। সেই অনুসৰি মুম্বাই আৰক্ষীৰ অনুমতি অবিহনে মুম্বাই এৰিব নোৱাৰিব অৰিয়ানে। প্ৰতি শুকুৰবাৰে এন চি বিৰ ওচৰত হাজিৰ হব লাগিব আৰিয়ান। যোৱা 2 অক্টোবৰৰ নিশা এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰিয়ান আৰু তেওঁৰ সঙ্গীক।

Previous Post

এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে

Next Post

হাৰিয়ানাৰ আইটা মহিলা টেনিছত অসমৰ কৃষ্টি বড়ো

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’
মনোৰঞ্জন

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
Next Post
হাৰিয়ানাৰ আইটা মহিলা টেনিছত অসমৰ কৃষ্টি বড়ো

হাৰিয়ানাৰ আইটা মহিলা টেনিছত অসমৰ কৃষ্টি বড়ো

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7