VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তুৰস্ক কপাঁই গ’ল শক্তিশালী ভূমিকম্পই, ৯০ জনৰ মৃত্যু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in মুখ্য সংবাদ
তুৰস্ক কপাঁই গ’ল শক্তিশালী ভূমিকম্পই, ৯০ জনৰ মৃত্যু
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

শক্তিশালী ভূমিকম্পই কপাঁই তোলে দক্ষিণ তুৰস্ক আৰু ছিৰিয়া  ৷ সোমবাৰে পুৱাই কম্পন অনুভৱ হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্ক। গাজিয়ানেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ১৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্োৰ উৎপত্তি হয় । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। কিছু মুহূৰ্তৰ পিছত মধ্য তুৰস্কত আন এক কঁপনি অনুভৱ কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ বিভিন্ন ঠাইত এই ভূমিকম্প অনুভৱ কৰা হৈছে।

১৯৯৯ চনৰ পৰা তুৰস্কত এনে ভয়ানক ভূমিকম্প দেখা পোৱা নাই। দুৰ্যোগৰ মুহূৰ্তৰ কেইবাটাও ভিডিঅ’ ফেচবুক, টুইটাৰতো বিয়পি পৰিছে। ভিডিঅ’টোত প্ৰবল কঁপনিৰ ফলত ঘৰ ভাঙি পৰা দেখা গৈছে। স্থানীয় লোকেও নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰি থকা দেখা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, এই পৰ্যন্ত উদ্ধাৰ হৈছে ৯০টা মৃতদেহ। ভূমিকম্পৰ ফলত ১৪০টা ঘৰ ভাঙি পৰে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। এই পৰ্যন্ত ৪২০ জন লোক গুৰুতৰভাৱে আহত হৈছে।

গাজিয়ানেপ প্ৰদেশৰ গৱৰ্ণৰ দাৱুত গুলে টুইটাৰযোগে লিখিছে, “আমাৰ চহৰত প্ৰবল ভূমিকম্প অনুভৱ কৰা হৈছে। আপুনি শান্ত হৈ থাকক। ঘৰৰ বাহিৰত ৰৈ থাকক। এনে অৱস্থাত গাড়ী চলাব নালাগে। অনুগ্ৰহ কৰি ৰাস্তাত ভিৰ নকৰিব।”

Previous Post

ঘৰৰ মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে জানেনে বাৰু ?

Next Post

‘বাংলা মডেল’ অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী মমতা বেনার্জী

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
‘বাংলা মডেল’ অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী মমতা বেনার্জী

'বাংলা মডেল' অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী মমতা বেনার্জী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7