VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘বাংলা মডেল’ অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী মমতা বেনার্জী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in ৰাজনীতি
‘বাংলা মডেল’ অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী মমতা বেনার্জী
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

সমাগত ত্ৰিপুৰাৰ বিধানসভা নির্বাচন ৷ ৰাজনৈতিক দলসমূহে ইতিমধ্যে ৰাজ্যখনত আৰম্ভ কৰিছে নির্বাচনী প্ৰচাৰ ৷ তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ ‘মডেল’ক সন্মুখত ৰাখি ত্ৰিপুৰাত প্ৰকাশ কৰিছে ইস্তাহাৰ। আজি  পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত হ’ব ৷ উত্তৰ-পূবৰ ৰাজ্যখনত বেনার্জীয়ে ভৰি দিয়াৰ আগদিনা তৃণমূলে ত্ৰিপুৰাত দলৰ নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰে ৷ য’ত পশ্চিমবংগ নির্বাচনৰ পূর্বে দিয়া কেইবাটাও প্ৰতিশ্ৰুতি সন্নিৱিষ্ট কৰা হৈছে ৷ চাকৰি হেৰুওৱা ১০ হাজাৰ ৩২৩ গৰাকী শিক্ষকক আৰ্থিক সাহায্য প্ৰদান, জ্যেষ্ঠ নাগৰিকক ২০০০ টকা প্ৰদান কৰাকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি সন্নিৱিষ্ট কৰা হৈছে ৷ ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত বংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৱে কয়-“ বাংলাৰ আৰ্হি সফল হৈছে। সুযোগ পালে আমি ত্ৰিপুৰাতো কাম কৰিম।“

আজি মমতা বেনার্জীয়ে উদয়পুৰলৈ গৈ ত্ৰিপুৰেশ্বৰী মন্দিৰত পূজা আবঢ়াব ৷  মঙলবাৰে তেওঁ আগৰতলাত ৰোড-শ্ব’ কৰিব ৷ ৰবীন্দ্ৰ শতবাৰ্ষিকী বিল্ডিঙৰ সন্মুখৰ পৰা আৰম্ভ কৰি চহৰৰ মাজেৰে ৰোড শ্ব’ কৰি নির্বাচনী সভাত অংশ ল’ব । তৃণমূলে মমতাৰ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি চলাইছে। ইয়াৰ পূৰ্বে দেওবাৰে আগৰতলাত অনুষ্ঠিত হোৱা ইস্তাহাৰ মুকলি অনুষ্ঠানত বংগৰ দুই মন্ত্ৰী শশী পাঞ্জা, সাংসদ সুশমিতা দেৱ উপস্থিত থাকে । তেওঁৰ উপৰিও ইস্তাহাৰ প্ৰকাশৰ সময়ত তৃণমূলৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি পীযুষ বিশ্বাসও উপস্থিত থাকে ৷

সাংসদ সুস্মিতা দেৱৰ মতে, ‘ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। কাৰণ, ২০১৮ চনৰ নিৰ্বাচনত দিয়া ‘ভিজন ডকুমেণ্ট’ অনুসৰি বিজেপিয়ে কাম কৰা নাই।‘ সুস্মিতাৰ দাবী যে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন চৰকাৰে অনুমোদন দিলেও বহু ক্ষেত্ৰত ই নাগৰিকসকলে লাভ কৰা নাই ৷ তৃণমূলে তেওঁলোকক মাহে দুহাজাৰ টকা দিব। উত্তৰ ত্ৰিপুৰাত এটা সুকীয়া সচিবালয় গঠন কৰা হ’ব।

 

 

Previous Post

তুৰস্ক কপাঁই গ’ল শক্তিশালী ভূমিকম্পই, ৯০ জনৰ মৃত্যু

Next Post

সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াক লৈ উখলমাখল জয়ছালমেৰ , অতিথিৰ বাবে ৰখা হৈছে মনোৰঞ্জনৰ সকলো ব্যৱস্থা

Related Posts

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ
ৰাজনীতি

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

March 9, 2023
প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

March 8, 2023
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা
ৰাজনীতি

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

February 27, 2023
Next Post
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াক লৈ উখলমাখল জয়ছালমেৰ , অতিথিৰ বাবে ৰখা হৈছে মনোৰঞ্জনৰ সকলো ব্যৱস্থা

সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াক লৈ উখলমাখল জয়ছালমেৰ , অতিথিৰ বাবে ৰখা হৈছে মনোৰঞ্জনৰ সকলো ব্যৱস্থা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7