VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জন্মৰে পৰা বধিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰিজৱানা এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘পোষ্টাৰ গাৰ্ল’! কেনেকৈ তেওঁ ওভতাই পালে শ্ৰৱন শক্তি!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 6, 2023
in মুখ্য সংবাদ
জন্মৰে পৰা বধিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰিজৱানা এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘পোষ্টাৰ গাৰ্ল’! কেনেকৈ তেওঁ ওভতাই পালে শ্ৰৱন শক্তি!
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাৰ পোষ্টাৰত দেখা গৈছিল ৰিজৱানা নামৰ এগৰাকী ছাত্ৰীক। ৰিজৱানা এম বি বি এছৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী।কিন্তু ৰিজৱানাই কিয় ইমান গুৰুত্ব লাভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আপুনি জানেনে ? জন্মৰ পৰাই মুকবধিৰ ৰিজৱানা। সেই বাধা অতিক্ৰম কৰি  তেওঁ ডাক্তৰ হোৱাৰ সপোন দেখিছিল আৰু সেই সপোন পূৰণৰ বাবে ৰিজৱানাই যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছিল

 

ৰিজৱানাৰ জন্মৰ পিছত মাক-দেউতাকে ছোৱালীজনীৰ কিছু অস্বাভাৱিকতা লক্ষ্য কৰি চিকিৎসকৰ পৰামৰ্শ লয়। আৰু তেতিয়াই গম পাইছিল যে ৰিজৱানাৰ শ্ৰৱণ ক্ষমতা নাই। ছয় বছৰ বয়সত তেওঁৰ কাণত কক্লিয়াৰ ইমপ্লাণ্ট কৰা হৈছিল। আৰু তাৰ পিছত কণমানি ৰিজৱানাই পুনৰ শ্ৰৱণ ক্ষমতা লাভ কৰিলে। এতিয়া ৰিজৱানাই নিজৰ ব্যক্তিগত জীৱনৰ সকলো বাধা অতিক্ৰম কৰাত সফল হৈছে কাৰণ তেওঁ সঠিক সময়ত চিকিৎসা কৰিছিল ৷

 

এই সকলোবোৰ ক্ষেত্ৰতে অভিভাৱকসকলক অধিক সক্ৰিয় হ’বলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। যিমান সোনকালে ৰোগ নিৰ্ণয় কৰা হ’ব সিমান সোনকালে স্বাভাৱিক জীৱনশৈলীলৈ ঘূৰি আহিব পাৰিব।

কেনেকৈ বুজিব শিশুৱে শুনিব নোৱাৰে?

ডাক্তৰ চিৰজিৎ দত্তই এই সন্দর্ভত কয়- “যি ল’ৰা-ছোৱালীয়ে জন্মৰ পৰা শুনিব নোৱাৰে, তেওঁলোকে কথা নাপাতে। হঠাৎ ডাঙৰ শব্দত শিশুটিয়ে যদি চক খাই নাযায়, তেন্তে শিশুটিৰ কাণত সমস্যা হৈছে বুলি বুজিব লাগে। শিশুৱে ডাঙৰ বয়সলৈকে কথা ক’বলৈ শিকিব নোৱাৰিলেও পিতৃ-মাতৃ সজাগ হৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। এতিয়া বহু ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত নৱজাতকৰ শ্ৰৱণ ক্ষমতা পৰীক্ষাৰ জৰিয়তে পৰীক্ষা কৰা হয়। গতিকে পিতৃ-মাতৃয়ে সচেতনভাৱে সন্তান জন্মৰ পিছত এই পৰীক্ষাটো কৰাব লাগে। তেনে ক্ষেত্ৰত শিশুৰ কাণত কিবা অসুবিধা হ’লে সোনকালে ধৰা পৰিব।

 

কক্লিয়াৰ ইমপ্লাণ্টে শ্ৰৱণ ক্ষমতা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰেনে?

 

কক্লিয়াৰ ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰে শিশুৰ শ্ৰৱণ ক্ষমতা সম্পূৰ্ণৰূপে পুনৰ ঘূৰাই আনিব পাৰে। চিকিৎসক গৰাকীয়ে কয়- “কক্লিয়াৰ ইমপ্লাণ্টত আটাইতকৈ ব্যয়বহুল বস্তুটো হ’ল সময়। কিছু সময়ৰ পাছত অৱশ্যে কক্লিয়াৰ ইমপ্লাণ্টে বধিৰ শিশুৰ শ্ৰৱণ ক্ষমতা পুনৰ ঘূৰাই আনিব নোৱাৰে। গতিকে অভিভাৱকসকল অতি সচেতন হোৱা উচিত। এই অস্ত্ৰোপচাৰত সৰ্বাধিক তিনি-চাৰি ঘণ্টা সময় লাগে। কিন্তু পুনৰ শ্ৰৱণ ক্ষমতা লাভ কৰাৰ পিছতো শিশুটিক শব্দভাণ্ডাৰৰ সৈতে পৰিচয় কৰাই দিয়াটো এটা সময়সাপেক্ষ প্ৰক্ৰিয়া। সেই ক্ষেত্ৰতো অভিভাৱকসকলে অতি ধৈৰ্য্য ধৰিব লাগিব।“

 

কক্লিয়াৰ ইমপ্লাণ্টৰ বাবে কিমান খৰচ হয়?

 

এই অস্ত্ৰোপচাৰৰ খৰচ ৬ লাখৰ পৰা ১২ লাখলৈকে হ’ব পাৰে। চিকিৎসকগৰাকীৰ মতে, “কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কক্লিয়াৰ ইমপ্লাণ্টৰ বাবে বহু আঁচনি আছে। সেই আঁচনিসমূহৰ অধীনত খৰচ যথেষ্ট কমি যায়। বহু স্বেচ্ছাসেৱী সংস্থাও এই সকলোবোৰ ক্ষেত্ৰতে শিশুসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে।”

Previous Post

হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল মুম্বাইলৈ

Next Post

কিয় বাঢ়িছে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা ? কি কয় চিকিৎসকে !

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
কিয় বাঢ়িছে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা ? কি কয় চিকিৎসকে !

কিয় বাঢ়িছে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা ? কি কয় চিকিৎসকে !

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7