VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ’ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in মুখ্য সংবাদ
তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ’ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ৰাণী দ্বিতীয় এলজাবেথৰ মৃত্যুৰ পাছত তৃতীয় ৰজা চালর্ছৰ ৰাজঅভিষেকৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ ৰাজ অভিষেকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ‘ছাৰ এডৱাৰ্ডৰ মুকুট’ ৷ যিটো মুকুট ৰাজঅভিষেকৰ দিনা ৰজাক পৰিধান কৰোৱা হয় ৷কিন্তু শেহতীয়াকৈ ব্ৰিটিচ চৰকাৰে প্ৰদৰ্শনীৰ পৰা ‘ছাৰ এডৱাৰ্ডৰ মুকুট’ আঁতৰাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ শনিবাৰে বাকিংহাম পেলেচৰ পৰা এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ৰাজমুকুটত কিছু পৰিৱৰ্তন কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

অহা ৬ মে’ত ৱেষ্টমিনিষ্টাৰ এবেত ৭৪ বছৰীয়া ৰজা তৃতীয় চাৰ্লছক মুকুট পিন্ধোৱা হ’ব । সেই উপলক্ষে ৮ মে’ক ৰাষ্ট্ৰীয় বন্ধ  ঘোষণা কৰা হৈছে। এই অনুষ্ঠানৰ পূৰ্বে বাকিংহাম পেলেছে সোণালী মুকুটটো নতুনকৈ সজাই তোলাৰ পৰিকল্পনা কৰিছে। সপ্তদশ শতিকাৰ ৰাজমুকুট প্ৰায় এক ফুট ওখ। সোণৰ মুকুটটোৰ ওজন হৈছে প্ৰায় ডেৰ-দুই কিলোগ্ৰাম। বেঙুনীয়া ৰঙৰ টুপীটোৰ ওপৰত মুকুটটো সংস্থাপন কৰা থাকে। এই মুকুটটো পান্না, পোখৰাজকে ধৰি বহুতো মূল্যৱান মুকুটাৰে সজাই তোলা হৈছে।

১৬৬১ চনত এডৱাৰ্ড দ্য কনফেছৰৰ বাবে এই মুকুট নিৰ্মাণ কৰা হৈছিল। তেতিয়া মুকুটটো অধিক গধুৰ আছিল। তেওঁৰ ৰাজত্বকালৰ পিছত মুকুটটো ৰাজ অভিষেকৰ বাবে ব্যৱাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পৰৱৰ্তী ৰজাসকলৰ বাবে ইয়াক অলপ লঘু কৰাৰ পৰিকল্পনা কৰা হয়। ১৯১১ চনত পঞ্চম জৰ্জৰ ৰাজ অভিষেকৰ সময়ত এই মুকুটৰ ওজন সামান্য হ্ৰাস  কৰা হৈছিল। ১৯৫৩ চনত ৰাজ অভিষেকৰ সময়ত দ্বিতীয় ৰাণী এলিজাবেথে মুকুটটো পৰিধান কৰিছিল ৷ ৮ ছেপ্টেম্বৰত দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হয়। ৰাণীৰ ৭০ বছৰীয়া ৰাজত্বৰ পাছত ৰজা তৃতীয় চাৰ্লছ ক্ষমতালৈ আহে।

 

Previous Post

এইখন ভাৰততে আছে বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱা এটা জনগোষ্ঠী

Next Post

হাৰিয়ানাক সংগীতেৰে মুহিলে শৰৎ ৰাগে

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
হাৰিয়ানাক সংগীতেৰে মুহিলে শৰৎ ৰাগে

হাৰিয়ানাক সংগীতেৰে মুহিলে শৰৎ ৰাগে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7