VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?

মদ বেপাৰী আৰু ৪২০ নেতাৰে চলিছে নেকি বিজেপি!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in মুখ্য সংবাদ
কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

উল্লেখ্য যে জলসিঞ্চন বিভাগৰ “দীপ টিউবৱেল” স্থাপনৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন প্ৰকাশ পাইছিল। এই ঠিকাৰ বাবে ভুৱা নথিৰে নিবিদা দাখিল কৰিলে অঞ্জন ডেকা নামৰ নলবাৰীৰ এজন প্ৰৱঞ্চক বিজেপি নেতাই।
অঞ্জন ডেকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ আৰু নলবাৰী জিলা বিজেপিৰ সম্পাদক। সেই সংক্ৰান্তত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই এক সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জলসিঞ্চনৰ এই ঠিকাৰ বাবে জমা দিয়া নথি মতে অঞ্জন ডেকাই ঠিকাদাৰ শ্যমলা দৈমাৰী আৰু জে জি এছ’চিয়েটছৰ লগত চাব কন্ট্ৰেক্ট কৰাৰ নথি দাখিল কৰিছিল। কিন্তু সেই দুয়োটা কোম্পানীয়ে পোৱা ৱৰ্ক অৰ্ডাৰত উল্লেখেই নাই অঞ্জন ডেকাৰ নাম । সকলো ফাদিল হৈছিল RTI তথ্যত । যি কেইজন ঠিকাদাৰৰ লগত কাম কৰা বুলি উল্লেখ কৰি ঠিকাৰ বাবে অৰ্হতাসম্পন্ন বিৱেচিত হ’ল। সেই কেইজন ঠিকাদাৰৰ লগত অঞ্জন ডেকাই কাম কৰাৰ কোনো তথ্য নাই। এতিয়া প্ৰশ্ন হল কিমান মোটা অংকৰ ধনত মেনেজ হৈছিল মুখ্য অভিযন্তা , কাৰ্যকৰী অভিযন্তা ?
মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ লগত সু-সম্পৰ্ক ৰক্ষাৰ বাবেই অঞ্জন ডেকাৰ প্ৰতি ইমান দৰদ নেকি?
ভুৱা নথিৰে ৱৰ্ক-অৰ্ডাৰ পোৱা অঞ্জন ডেকাৰ বিৰূদ্ধে তদন্ত হ’ব নে?
মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ বিৰূদ্ধে তদন্ত ঘোষণা হ’ব নে?
কাৰ পৃষ্ঠপোষকতাত চলিছে এই অনিয়ম?
বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হিয়াৰ আমঠু হোৱাৰ বাবে ৰেহাই পাব নেকি অঞ্জন ডেকাই?

আনহাতে মদৰ ব্যৱসায় কৰে বিজেপি নেতা অঞ্জন ডেকাই। RSS ৰ নেতা সকলে সভাই সমিতিয়ে কয় যে মদৰ টকাৰে চৰকাৰ চলোৱা উচিত নহয়। কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে নলবাৰী জিলা বিজেপিৰ সম্পাদকৰ দৰে গুৰু পদত অধিষ্ঠিত হৈ আছে নেকি মদ বেপাৰী অঞ্জন ডেকা? নে মদৰ বেপাৰৰ টকাৰে চলি আছে বিজেপি দল?
এই সকলো কথা স্পষ্ট কৰিবলৈ আমি বিজেপি দল আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ।

Previous Post

গুৱাহাটীত পথসভা আৰম্ভ

Next Post

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7