VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 17, 2022
in মুখ্য সংবাদ
প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

এখন বগা মাৰ্চিডিজ গাড়ীৰে সুৰাৰ দোকানৰ পৰা ঘৰলৈ উভতি আহি আছিল এজন অধিবক্তা। প্ৰস্ৰাৱ কৰিবলৈ তেওঁ গাড়ীখন ৰাস্তাৰ কাষত ৰখাই দিলে। কিন্তু গাড়ীখন ৰখোৱালৈহে যেন ৰৈ আচিল তেওঁৰ বিপদ ৷  পিছফালৰ পৰা ৩জন লোক আহি উকীলজনক বন্দুকেৰে ভাবুকি দিবলৈ আৰম্ভ কৰিলে । ইয়াৰ পিছত চকুৰ পলকতে মাৰ্চিডিজ গাড়ীখন লৈ তিনি দূর্বৃত্তই পলায়ন কৰে। গুৰুগ্ৰামৰ ২৯ নং ছেক্টৰ এলেকাত বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৫০ বজাত সংঘটিত হয় এই ঘটনা। ভুক্তভোগী উকীলজনৰ নাম অনুজ বেদী। অনুজ ছেক্টৰ ২৯ এলেকাৰ স্থানীয় বাসিন্দা ৷ আৰক্ষী থানাত ৩জন লোকৰ বিৰুদ্ধে তেওঁ  এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অনুজ গুৰুগ্ৰামৰ ছেক্টৰ ৬৬ এলেকাৰ বাসিন্দা। ২৯ নং ছেক্টৰ অঞ্চলৰ এখন সুৰাৰ দোকানৰ পৰা তেওঁ  ঘৰলৈ উভতি আহিছিল। তেওঁ প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাৰ কাষৰ এটা ঠাইত গাড়ীখন ৰখাই ষ্টাৰ্ট বন্ধ নকৰাকৈ গাড়ীৰ পৰা নামি গৈছিল ৷ তেতিয়াই হঠাৎ পিছফালৰ পৰা এখন হুণ্ডাই মডেলৰ গাড়ী তেওঁৰ ওচৰত ৰৈ যায় ৷  গাড়ীখনৰ ভিতৰৰ পৰা ৩ জন লোক নামি আহি অনুজৰ ফালে আগবাঢ়ি যায় আৰু বন্দুক দেখুৱাই মাৰ্চিডিজ গাড়ীখন লৈ পলায় যায় ৷ লগে লগে অনুজে থানাত এজাহাৰ দাখিল কৰে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷

Previous Post

ৰাছিয়া –ইউক্ৰেইনৰ যুদ্ধই কিমান দিন অতিক্ৰম কৰিলে আপোনাৰ মনত আছেনে ? কিয়েভক লক্ষ্য কৰি ৰাছিয়াৰ সৰ্ববৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ! এইবাৰ ৰাজধানী দখল কৰিবলৈ আৰম্ভ চূড়ান্ত যুদ্ধ?

Next Post

কমিটী ভংগৰ বিষয়ে সচাঁকৈয়ে অৱগত নাছিলনে অংকিতা দত্ত!! আন দললৈ যাব নেকি প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা !!

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
কমিটী ভংগৰ বিষয়ে সচাঁকৈয়ে অৱগত নাছিলনে অংকিতা দত্ত!! আন দললৈ যাব নেকি প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা !!

কমিটী ভংগৰ বিষয়ে সচাঁকৈয়ে অৱগত নাছিলনে অংকিতা দত্ত!! আন দললৈ যাব নেকি প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7