VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমিটী ভংগৰ বিষয়ে সচাঁকৈয়ে অৱগত নাছিলনে অংকিতা দত্ত!! আন দললৈ যাব নেকি প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 17, 2022
in ৰাজনীতি
কমিটী ভংগৰ বিষয়ে সচাঁকৈয়ে অৱগত নাছিলনে অংকিতা দত্ত!! আন দললৈ যাব নেকি প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা !!

Mandatory Credit: Photo by Anuwar Hazarika/NurPhoto/Shutterstock (12774902b) Protest of the President of Assam Pradesh Youth Congress Ankita Dutta alongwith Congress leaders against the alleged police firing on a student leader in Nagaon district of Assam, India on Jan 25,2022 . Youth Congress Protest In Assam, India - 25 Jan 2022

0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটী ভংগ কৰি অংকিতা নেত্ৰীক সভানেত্ৰী পদৰ পৰা অপসাৰনক লৈ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে বিসম্বাদৰ ৰাজনীতি ৷ সভাপতি পদৰ পৰা অপসাৰণ কৰাক লৈ অংকিতা দত্তই তীব্ৰ সমালোচনা কৰিছে দলৰ শীর্ষ নেতৃত্বক ৷ যুৱ নেত্ৰী গৰাকীয়ে অভিযোগ কৰিছে যে  তেওঁক অপসাৰণ কৰাৰ পূর্বে এই কথা অৱগত কৰা হোৱা নাছিল ৷ কিন্তু সচাকৈয়ে তেওঁক অৱগত কৰা হোৱা নাছিলনে ? সংবাদমাধ্যমৰ সন্মুখত মিছা মাতিছে নেকি অংকিতা দত্তই ? সেয়াও এই মুহুর্ত্তৰ ডাঙৰ প্ৰশ্ন ৷ কিয়নো প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি কমিটীখন ভংগৰ পূর্বে অংকিতা দত্তক অৱগত কৰা হৈছিল ৷

ভংগ কৰা  কমিটীখনে ইতিমধ্যে তিনিবছৰ অতিক্ৰম কৰিছে ৷ আনকি ক’ভিডৰ বাবে ইয়াৰ কার্যকালৰ ম্যাদ এবছৰ বৃদ্ধি কৰি দিয়া হৈছিল ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি পূর্বেই এই কমিটীখন ভংগ কৰাৰ কথা আছিল যদিও ভাৰত জোৰো যাত্ৰা অব্যাহত থকাৰ বাবে কমিটীখন ভংগ কৰা হোৱা নাছিল ৷ ধুবুৰীৰ পৰা শদিয়ালৈ কৰা ভাৰত জোৰো যাত্ৰাত যাত্ৰাত যাতে কোনো অসুবিধা নহয়, তাৰ বাবে কমিটীখন ভংগ কৰা হোৱা নাছিল ৷ কিয়নো যুৱ কংগ্ৰেছৰ নির্বাচন এক দীঘলীয়া প্ৰক্ৰিয়া ৷ সেয়েহে ৰজ্যত ভাৰত জোৰো যাত্ৰাৰ সামৰণি পৰাৰ লগে লগে যুৱ কংগ্ৰেছৰ কমিটীখন ভংগ কৰি দিয়া হয় ৷ ইতিমধ্যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা বর্ধন চৌধুৰীয়ে সেই অনুসৰি ১৮ ৰ পৰা ২৭ ডিচেম্বৰলৈ গ্ৰহণ কৰা হ’ব মনোনয়ন পত্ৰ ৷

ইফালে নেতৃবৰ্গৰ প্ৰতি তীব্র ক্ষোভ প্ৰকাশ কৰি  অংকিতা দত্তই অসম প্রদেশ যুব কংগ্ৰেছৰ তত্ত্বাবধায়ক বর্ধন চৌধুৰীৰ বিৰুদ্ধে থকা কেলেংকাৰীৰ অভিযোগ আঙুলিয়াই দিয়ে ৷  তেওঁক কিয় যুব কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হ’ল বুলিও প্রশ্ন উত্থাপন কৰি অংকিতাই কয় –“ দিল্লী বিশ্ববিদ্যালয়ৰ ৰামযশ কলেজৰ নামভর্ত্তই ৰি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰি এজন ব্যক্তিক  জেলত ৰখা হৈছিল। তেওঁক কেনেকৈ অসমৰ দায়িত্ব দিলে? ৰাজীৱ ভবনত সংবাদমেল পাতিবলৈ কোনোবা চোৰ ডকাইত আহিছে। ৰাজীৱ ভৱনে গমে নাপায়৷”

স্বাভাৱিকতে অংকিতা দত্তৰ স্থিতিয়ে ৰহস্যৰ সৃষ্টি কৰিছে ৷ নিজৰ দলৰ নেতৃবৃন্দক কটু ভাষাৰে সমালোচনা কৰা অংকিতা দত্তই নতুন ৰাজনৈতিক দলত যোগদান কৰিব নেকি ? তাক লৈয়ো আৰম্ভ হৈছে চর্চা ৷ অৱশ্যে সময় বাগৰিলেই সকলো স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে ৷

 

 

Previous Post

প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!

Next Post

প্ৰকৃতিৰ অনুপম সৃষ্টি ‘ৰাণী খামাৰ’

Related Posts

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

May 20, 2023
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
ৰাজনীতি

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

May 18, 2023
Next Post
প্ৰকৃতিৰ অনুপম সৃষ্টি ‘ৰাণী খামাৰ’

প্ৰকৃতিৰ অনুপম সৃষ্টি 'ৰাণী খামাৰ'

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7