VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ
সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ২৫ জুলাই : ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সকলো সাংবাদিকৰ বাবে অতি শীঘ্ৰেই বিনামুলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা আচনি প্ৰবৰ্তনৰ দাবী জনাই আজি সাংবাদিক – সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েছন ফৰ আসাম চমুকৈ জাফাৰ প্ৰতিনিধি দল এটাই দিছপুৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হোৱাৰ লগতে এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ।এক প্ৰেছ বিবৃতি যোগে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এই কথা জানিবলৈ দিয়ে । স্মাৰক পত্ৰ যোগে জাফাই অসমৰ সাংবাদিক সকলৰ আন কেতবোৰ সমস্যাও মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰি সমাধানৰ দাবী জনায় ।জাফাই স্মাৰক পত্ৰযোগে
অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে অসমৰ সকলো সাংবাদিক-সংবাদকৰ্মীৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যবীমা আৰু জীৱন বীমা আঁচনি প্ৰবৰ্তন কৰাৰ দাবী জনায় । আৰম্ভনিতে এই আচনিত অসমৰ সকলো সাংবাদিক – সংবাদকৰ্মীক সাঙুৰি লোৱাত অসুবিধা হলে প্ৰাৰম্ভিক পৰ্যায়ত এই ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃত সাংবাদিকক অগ্ৰাধিকাৰ প্ৰদানৰ পৰামৰ্শ আগবঢ়ায় । তদুপৰি সাংবাদিক পেঞ্চনৰ ধন প্ৰতি মাহে ৮ হেজাৰৰ পৰা ১৫ হেজাৰৰ পৰ্য্যন্ত বৃদ্ধি কৰা ,পেঞ্চন প্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যুৰ পাছত পেঞ্চনৰ ধন সম্পূৰ্ণ ভাৱে পত্নী বা পুত্ৰ -কন্যাক দিয়াৰ ব্যৱস্থা কৰা ,কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ পৰিয়ালক এককালীন ভাবে ২০ লাখ টকাৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা কৰা,গুৱাহাটীত কৰ্মৰত সাংবাদিক সংবাদকৰ্মীৰ বাবে পৃথকে হাউচিং কলনি নিৰ্মাণৰ ব্যৱস্থা কৰা ,গুৱাহাটীলৈ দেশ – বিদেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলৰ থকাৰ সুবিধাৰ্থে গুৱাহাটীত এটি নতুনকৈ সাংবাদিক গেষ্ট হাউচ নিৰ্মাণ কৰা আৰু সাংবাদিক সমাজ উপকৃত হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগে গঠন কৰা উপ সমিতি সমুহ যেনে – প্ৰেছ এক্ৰিডিয়েচন কমিতি , পেঞ্চন কমিতি , মেডিকেল কমিতি আদিত চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত সাংবাদিক সংগঠনৰ এজনকৈ প্ৰতিনিধিক সদস্য হিচাপে মনোনীত কৰাৰ ওপৰিও টোলগেটত সাংবাদিকৰ বাহনক কৰৰ পৰা ৰেহাই দিয়াৰো দাবী জনায় জাফা’ই ।বিভাগীয় মন্ত্ৰী গৰাকীয়ে আলোচনা কালত জাফাৰ দাবী সমুহ গুৰুত্ব সহকাৰে লৈ যথাশীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে।
জাফা’ৰ প্ৰতিনিধি দলটোৰ সদস্য সকল আছিল কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী ,কাৰ্য্যকৰী সভাপতি পংকজ ডেকা ,সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায় ,উপ-সভাপতি মনোজ ডেকা ,কামৰূপ মহানগৰ জাফাৰ সম্পাদক মিণ্টু হাজৰিকা ,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু কামৰূপ মহানগৰ জিলা জাফাৰ উপ-সভাপতি ৰিদীপ কলিতা।

Previous Post

শিমলুগুৰিত “নৃত্যাংগনা ডেঞ্চ একাডেমী” মুকলি

Next Post

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7