VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 12, 2023
in মুখ্য সংবাদ
দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত  ৰেল লাভ কৰিলে । নতুন দিল্লীত ভাৰ্চুৱেল মোডত এই ৰেলসেৱা  উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ১৫ নং ষ্টপেজত ভাৰত এক্সপ্ৰেছ ৰেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয় “ এতিয়া ই উন্নয়ন, আধুনিকতা, আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষমতাৰ সমাৰ্থক হৈ পৰিছে। বন্দে ভাৰত এক্সপ্ৰেছে ৰাজস্থানৰ পৰ্যটনত যথেষ্ট সহায় কৰিব। যোৱা দুমাহত ষষ্ঠখন বন্দে ভাৰত ৰে’ল উদ্বোধন কৰিবলৈ সক্ষম হোৱাটো মোৰ সৌভাগ্য৷”

 

ইয়াৰ পিছতে মোদীয়ে বিৰোধীক আক্ৰমণ কৰে। তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে স্বাৰ্থপৰ আৰু অজনপ্ৰিয় ৰাজনীতিয়ে সদায় ৰেলৱে আধুনিকীকৰণৰ বাটত বাধাৰ সৃষ্টি কৰি আহিছে। ব্যাপক দুৰ্নীতিয়ে যেনেকৈ ৰে’লৱেৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, ঠিক তেনেদৰে নিযুক্তিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ সৃষ্টি কৰিছে।

 

ইয়াৰ পিছতৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক  গেহলটক বন্ধু বুলি সম্বোধন কৰি মোদীয়ে কয়, “গেহলট ডাঙৰীয়া আপোনাৰ দুয়োহাতে লাডু আছে! ৰে’ল মন্ত্ৰীও ৰাজস্থানৰ, আৰু ৰে’ল ব’ৰ্ডৰ অধ্যক্ষও ৰাজস্থানৰ ৷ আপোনাৰ দুগুণ সুবিধা হৈ গ’ল।” দিল্লী কণ্টনমেণ্ট  আৰু আজমেৰৰ মাজত চলিব নতুন বন্দে ভাৰত এক্সপ্ৰেছ।এই ভ্ৰমণৰ বাবে  ৫ ঘণ্টা ১৫ মিনিট সময় লাগিব। ১৩ এপ্ৰিলৰ পৰা ইয়াৰ বাণিজ্যিক যাত্ৰা আৰম্ভ হ’ব। জয়পুৰ, আলৱাৰ আৰু গুৰুগ্ৰামত ৰ’ব  এই ৰেলখন।

Previous Post

ৰঙালী বিহুতে হোৱাইট হাউছত পদার্পন কৰিব অসম সন্তান ডঃ ৰূপম শর্মাই, জ’ বাইডেনৰ উপদেষ্টা হিচাপে শপত গ্ৰহণ

Next Post

পৃথিৱীৰ কেন্দ্ৰক সামৰি আছে এভাৰেষ্টতকৈয়ো ওখ স্তৰে, বিজ্ঞানীৰ গৱেষণাত নতুন তথ্য

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
পৃথিৱীৰ কেন্দ্ৰক সামৰি আছে এভাৰেষ্টতকৈয়ো ওখ স্তৰে, বিজ্ঞানীৰ গৱেষণাত নতুন তথ্য

পৃথিৱীৰ কেন্দ্ৰক সামৰি আছে এভাৰেষ্টতকৈয়ো ওখ স্তৰে, বিজ্ঞানীৰ গৱেষণাত নতুন তথ্য

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7