VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in ৰাজনীতি
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধর্ণাত বহিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী  মমতা বেনার্জী ৷ আৰ্থিক বঞ্চনা আৰু কেন্দ্ৰই গণতন্ত্ৰ স্তব্ধ কৰাৰ প্ৰতিবাদ  আজিৰে পৰা দুদিনীয়াকৈ এই ধর্ণা কার্যসূচী আৰম্ভ কৰিছে ৷  তেওঁক সংগ দিয়া মন্ত্ৰী অৰূপ বিশ্বাসকে ধৰি কেইবাজনো মন্ত্ৰী –বিধায়ক আৰু দলীয় নেতাই ৷ দুই ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিম আৰু অৰূপ বিশ্বাস, ইন্দ্ৰনীল সেনৰ লগতে আন নেতাসকলেও মঞ্চত আসন গ্ৰহন কৰি ধর্ণাত সহযোগ কৰিছে ৷

 

ঠিক ১২ বজাত মমতাই ৰেড ৰোড ধৰ্ণা মঞ্চত উপস্থিত হয় ৷ এয়াই প্ৰথম নহয়, ইয়াৰ পূর্বেও মমতা বেনার্জীয়ে কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে ৷ আনকি প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি আহিছে মমতা বেনার্জীয়ে ৷

Previous Post

কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা

Next Post

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

Related Posts

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ
ৰাজনীতি

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ

June 10, 2023
কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
Next Post
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7