VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ ঘোষণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 24, 2021
in মুখ্য সংবাদ
পশ্চিমবঙ্গৰ উপ-নিৰ্বাচনত অন্যতম তাৰকা প্ৰচাৰক অসমৰ মুখ্যমন্ত্ৰী
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

কালি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বৈঠক অনুষ্ঠিত হয়। ডি জি পি ভাস্কৰজ্যোতি মহন্তকে প্ৰমুখ্য কৰি অসম আৰক্ষীৰ শীৰ্ষ স্থানীয় বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চ যোগে জিলাসমূহৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

এতিয়াৰে পৰা এজাহাৰ দাখিলৰ ২৪ ঘণ্টাৰ ভিতৰতে আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।

পাছপৰ্টৰ ভেৰিফিকেচন এতিয়াৰে পৰা ৩০ দিনৰ ভিতৰত সম্পন্ন হ’ব। পূৰ্বৰ দৰে মাহ মাহ জুৰি জনসাধাৰণে অপেক্ষা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে। ইয়াৰ উপৰিও পষ্টমৰ্টেম ৰিপৰ্ট, এক্সিডেন্ট ৰিপৰ্ট সোনকালে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। তাৰ বাবে জনসাধাৰণ থানালৈ যোৱাৰ প্ৰয়োজন নাই।

ইয়াৰ উপৰিও আৰক্ষী বিভাগক শক্তিশালী কৰি তুলিবলৈ অহা সপ্তাহত ৬০০০ নতুন পদৰ বাবে আবেদন মুকলি কৰা হ’ব। আৰক্ষী বিভাগত খালী হৈ থকা এছ আই পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে।

আনহাতে আৰক্ষী বিভাগৰ লোকসকলৰ সুবিধাৰ অৰ্থে ১০০০ নতুন কোৱাৰ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত লয়। শীৰ্ষ স্থানীয় বিষয়াসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব বুলিও ঘোষণা কৰে যাতে কৰ্তব্য পালনত সুবিধা হয়।

নতুন সিদ্ধান্তসমূহে আৰক্ষী বিভাগক শক্তিশালী কৰাৰ লগতে জনসাধাৰণ উপকৃত হ’ব বুলি আশা কৰা হৈছে।

Previous Post

অসমীয়া সংস্কৃতিত নিচুকনি গীত

Next Post

আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম

আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7