VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 13, 2023
in মুখ্য সংবাদ
চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

 

বিমানসংস্থাৰ ভূলৰ বাবে বহু সময়ত যাত্ৰীৰ বেগ হেৰুওৱা ঘটনা নতুন নহয় ৷ কিন্তু হেৰওৱা বেগ  ৪ বছৰ পাছত  ওভতাই পোৱাটো নিশ্চয় আমোদনক ৷ এই ঘটনা সৎঘটিত হ’ল আমেৰিকাৰ বাসিন্দা এপ্ৰিল গেভিন নামৰ মহিলা গৰাকীৰ সৈতে ।শেহতীয়াকৈ এপ্ৰিলে নেটত নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে । এপ্ৰিলৰ ঘৰ আমেৰিকাৰ অৰেগনত। ২০১৮ চনৰ ৪ আগষ্টত তেওঁ ইউনাইটেড এয়াৰলাইন্সৰ বিমানেৰে চিকাগোলৈ গৈছিল। তাৰ পিছত বিমান সংস্থাটোৱে তেওঁৰ বেগটো হেৰুৱাই পেলায়। তাৰ পিছৰ পৰাই তেওঁ বাৰে বাৰে এজেন্সীক নিজৰ বেগটো বিচাৰি উলিয়াবলৈ অনুৰোধ কৰি আহিছে ৷কিন্তু কেইবামাহো পাৰ হোৱাৰ পাছতো বিমান সংস্থাটোৱে কোনো উত্তৰ দিব নোৱাৰিলে। বাৰে বাৰে এপ্ৰিলৰ বেগটো ক’ত আছে নাজানে বুলি সৎস্থাটোৱে প্ৰকাশ কৰি আহিছে ।

 

তাৰ পিছত প্ৰায় ৪ বছৰ পাৰ হৈ গ’ল। এপ্ৰিলে বেগটো ঘূৰাই পোৱাৰ আশা এৰি দিছিল। কিন্তু কিছুদিন আগতে তেওঁক এয়াৰলাইনৰ টেক্সাছৰ কাৰ্যালয়ৰ পৰা ফোন কৰি বেগটো উদ্ধাৰ হোৱাৰ খবৰ দিয়ে । বেগটো দক্ষিণ আমেৰিকাৰ দেশ হণ্ডুৰাছলৈ প্ৰেৰণ কৰা হৈছিল বুলি উল্লেখ কৰে ৷  বেগটো হণ্ডুৰাছৰ পৰা টেক্সাছলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছত তেওঁক ঘূৰাই দিয়া হয় বেগটো । এপ্ৰিলে কয় যে তেওঁ কেৱল হেৰুৱা বেগটোৱেই নহয়, ক্ষতিপূৰণ হিচাপেও কিছু ধন লাভ কৰিছিল। প্ৰায় ১ লাখ ৩৮ হাজাৰ টকা ক্ষতিপূৰণ প্ৰদান কৰিছে বিমান সংস্থাটোৱে।

Previous Post

ডাক্তৰে প্ৰথমবাৰ কেন্সাৰৰ কথা কওঁতে কি আছিল জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তৰ প্ৰতিক্ৰিয়া ?

Next Post

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7