মনোৰঞ্জন

প্ৰেম দিৱসত প্ৰেমৰ ছবিৰ ঘোষণা : হৃত্বিক-পাওলিৰ নতুন চলচ্চিত্ৰ

'মুখাৰ্জী দাৰ বৌ'ৰ পিছত, পৰিচালক পৃথা চক্ৰৱৰ্তীয়ে এখন নতুন চলচ্চিত্ৰৰ কাম আৰম্ভ কৰিছে। শ্বুটিং মাৰ্চত আৰম্ভ হ'ব । প্ৰেম দিৱসত...

Read more

ফাট মেলিছে নেকি বিজয়-ৰশ্মিকাৰ প্ৰেমৰ সম্পর্কত ভেলেণ্টাইন ডে’ত ৰশ্মিকাৰ ইনষ্ট্ৰাগ্ৰাম ষ্ট’ৰীক লৈ চর্চা

  অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা আৰু দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডাৰ মাজৰ প্ৰেমৰ সম্পর্কক লৈ ছবিজগতত চলি আহিছে চর্চা । দক্ষিণৰ উদ্যোগৰ...

Read more

এবছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে গর্ভধাৰণ ৰিহানাৰ, সংগীতানুষ্ঠানৰ মাজতে অনুৰাগীক দিলে ভাল খবৰ

টিকটিকিয়া ৰঙা পোছাক ৷  আন্ধাৰৰ মাজতো জিলিকি উঠিছিল জেকেট আৰু ট্ৰাউজাৰ ৷ এনে এক ৰোমাঞ্চকৰ পৰিৱেশৰ মাজতে লক্ষলক্ষ অনুৰাগীৰ সন্মুখত...

Read more

‘বিগ বছ ১৬’ বিজয়ী এম চি ষ্টেন, কিমান লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিলে এই প্ৰতিযোগীজনে !!

  চাৰিখন দেৱালৰ  মাজত আৱদ্ধ  এক জীৱন। প্ৰায় চাৰি মাহৰ বাবে গৃহবন্দী ১৭ ​​গৰাকী প্ৰতিযোগী। যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ...

Read more

গায়িকা মনালি ঠাকুৰৰ নতুন ৰূপত সমালোচনা অনুৰাগীৰ, প্লাষ্টিক চার্জাৰী কৰিলে নেকি গায়িকা গৰাকীয়ে ?

তাৰকা হ’ল এনে এজন ব্যক্তি যিজন সুন্দৰ, আদৰ্শবান - এনে এটা গতানুগতিক ধাৰণা যুগ যুগ ধৰি চলি আহিছে। সেই ধাৰণাটোৰ...

Read more

‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ নির্মাতা অস্কাৰ বিজয়ী পৰিচালক হিউ হাডছনৰ মৃত্যু

‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ বাবে বিখ্যাত পৰিচালক হিউ হাডছনৰ মৃত্যু ঘটিছে। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...

Read more

দীপিকাৰ সৈতে বিজ্ঞাপনত শ্বাহৰুখে পিন্ধিলে ৪.৯৮ কোটি টকাৰ ঘড়ী , অনুৰাগীৰ মাজত আৰম্ভ চর্চা

  পাঠান ছবিখন ছবিগৃহত মুক্তি পোৱাৰ কেইসপ্তাহমান পাৰ হৈ গ’ল। ছবিখনে বক্স অফিচত এটাৰ পিছত এটাকৈ মাইলৰ খুঁটি অতিক্ৰম কৰিছে...

Read more

থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।

  আকৌ  শিৰোনাম দখল কৰিছে 'দৃশ্যম' নামৰ ছবিখনে। এই বহু চৰ্চিত ছবিখন দেশৰ সীমা অতিক্ৰম কৰি  বিদেশী ভাষাত নিৰ্মাণ কৰাৰ...

Read more

ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!

ভেলেণ্টাইন ডে' ৰ প্ৰাকক্ষণত বলীউডতো বলিছে প্ৰেমৰ বতাহ ৷ শেহতীয়াকৈ জয়ছলমেৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়তে চর্চালৈ...

Read more

আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

ফেব্ৰুৱাৰী মাহ প্ৰেমৰ মাহ।  চলি আছে প্ৰেমৰ সপ্তাহ। গোলাপ ফুল দিয়াৰ পৰা আৰম্ভ কৰি আলিংগণ দিৱসলৈকে — প্ৰেমৰ উদযাপন পূৰ্ণগতিত...

Read more
Page 30 of 67 1 29 30 31 67