আইন

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

বলীউড অভিনেতা ৰাজপাল যাদৱ দেশৰ ভিতৰতে বলীউডৰ  শ্ৰেষ্ঠ অভিনেতা সকলৰ ভিতৰত অন্যতম  । চলচ্চিত্ৰ সমূহত কৌতুক চৰিত্ৰত অভিনয় কৰি মানুহৰ...

Read more

সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে নূপূৰ শর্মাই –পয়গম্বৰক অপমান কৰা বিজেপি নেত্ৰীক উচ্চতম ন্যায়ালয়ৰ এজাউৰি

পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে  বিজেপি নেত্ৰী নূপূৰ শর্মাই কৰা অশোভনীয় মন্তব্যক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ পয়গম্বৰক লৈ তেওঁ...

Read more

মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

মহিলা আৰু শিশুক কৰা যৌন উৎপীড়নৰ বাবে দোষী সাব্যস্ত হোৱাৰ ন মাহৰ পিছত, ৫৫ বছৰীয়া আমেৰিকান পপ গায়ক আৰ কেলীক...

Read more

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে

অভিনেত্ৰী জিয়া খানৰ মৃত্যুৰ গোচৰত অভিনেতা সূৰজ পাঞ্চালীয়ে মুম্বাইৰ বিশেষ চিবিআই আদালতত আবেদন দাখিল কৰিছে  যদিও তেওঁৰ অধিবক্তা প্ৰশান্ত পাটিলে...

Read more

‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

সংশ্লিষ্ট আইনৰ পৰিৱৰ্তনৰ জৰিয়তে, ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে...

Read more

দেশৰ উচ্চতম ন্যায়ালয়ে স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা

স্কুলৰ বাছ তথা বাহনৰ ক্ষেত্ৰত এইবাৰ  প্ৰযোজ্য হ’ব বহুকেইটা নতুন নিয়ম ৷ এই ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে বহুকেইটা...

Read more

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

আজি  কৰ্ণাটক উচ্চ ন্যায়ালয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এটা গোচৰত অভিযুক্ত প্ৰসন্ন কুমাৰ চেমুৱেলৰ বিৰুদ্ধে অপৰাধমূলক...

Read more

নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

গোচৰৰ ভৰত ন্যায় ব্যৱস্থা ভাৰাক্ৰান্ত হৈ পৰাৰ সময়তে একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ কৰি এক নজিৰ ডাঙি ধৰিছে বোম্বে...

Read more

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে – মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

বুধবাৰে উচ্চতম ন্যায়ালয়ে মেডিকেল কাউন্সেলিং কমিটী (এমচিচি )ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নীট পি জিৰ আসন পূৰণত ব্যর্থ হোৱাৰ...

Read more
Page 12 of 18 1 11 12 13 18