আইন

জগন্নাথ মন্দিৰৰ আশে-পাশে নতুন নিৰ্মাণ-খননৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

পুৰীৰ বিখ্যাত শ্ৰী জগন্নাথ মন্দিৰত   উৰিষ্যা চৰকাৰে  কৰা খনন আৰু নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুকুৰবাৰে...

Read more

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী বিলাবলৈ কাক নির্দেশ দিলে আদালতে !

সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা  এজন অভিযুক্তক জামিন প্ৰদান কৰাৰ লগতে সদিচ্ছা আৰু সৌহাৰ্দ্য সৃষ্টি কৰাৰ উদ্দেশ্যে এসপ্তাহৰ বাবে খোৱাপানী আৰু...

Read more

টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

  শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতামূলক পৰীক্ষা ‘টেট’ত গ্ৰেচ মার্ক প্ৰদানৰ ব্যৱস্থাক অবৈধ আখ্যা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷...

Read more

কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !

পেগাছাছ  ছফটৱেৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা  কৰি অহা বুলি উত্থাপিত  অভিযোগ  সন্দর্ভত উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কাৰিকৰী কমিটীক  তদন্তৰ প্ৰতিবেদন...

Read more

৩৩বছৰীয়া পুৰণি গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু

আজি পাটিয়ালা আদালতত অত্মসমৰ্পন কৰিব পাঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈ নৱজোৎ সিং সিদ্ধুৱে  ৷৩৩বছৰীয়া পুৰণি...

Read more

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি দিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰী ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ হত্যাকাণ্ডত  দোষী...

Read more

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া

এইবাৰ অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৷ উচ্চতম ন্যায়ালয় কলেজিয়ামে ন্যায়াধীশ ভূঞাৰ লগতে ৫জন...

Read more

সময়মতে হ’ব নীট -পিজিৰ প্ৰৱেশ পৰীক্ষা, পিছুৱাই দিবলৈ কৰা আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব নীট –পি জিৰ প্ৰৱেশ পৰীক্ষা ৷ এই প্ৰৱেশ পৰীক্ষা পিছুৱাই দিয়াৰ আর্জিৰে দাখিল কৰা আৱেদন...

Read more

বাৰাণসীৰ মছজিদ চৌহদত থকা মন্দিৰত পূজা- অর্চনাৰ অনুমতি বিচাৰি আৱেদন, জৰীপৰ নির্দেশ আদালতৰ

বাৰাণসীৰ প্ৰতিষ্ঠিত কাশী বিশ্বনাথ মন্দিৰৰ সমীপত অৱস্থিত জ্ঞানৱাপী মছজিদৰ  জৰীপ অব্যাহত ৰাখিবলৈ নির্দেশ দিছে স্থানীয় এখন আদালতে ৷ পাঁচগৰাকী হিন্দু...

Read more

দেশদ্ৰোহ আইন স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নির্দেশ

দেশদ্ৰোহৰ অভিযোগত বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বাবে আছে সুখবৰ ৷ দেশদ্ৰোহ আইনৰ বিৰুদ্ধে আজি এক ঐতিহাসিক নির্দেশ প্ৰদান কৰিছে...

Read more
Page 13 of 18 1 12 13 14 18