আইন

অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে , আদালতৰ মজিয়াত সকাহ কেন্দ্ৰৰ , প্ৰত্যাহ্বান জনাই তৰা গোচৰ খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ত অগ্নিপথ আঁচনিক লৈ সকাহ লাভ কৰিলে কেন্দ্ৰই। সশস্ত্ৰ বাহিনীত প্ৰাৰ্থী নিযুক্তিৰ বাবে কেন্দ্ৰৰ অগ্নিপাথ আঁচনিক প্ৰত্যাহ্বান জনাই...

Read more

ৰায় স্থগিত ৰখাৰ মাজতে পৰামৰ্শটো কিয় নাকচ কৰা হয়? ৬১৮ জন শিক্ষক পুনৰ বিভাগৰ বিচাৰপীঠলৈ গৈছিল!

  এছ.এছ.চি.য়ে নৱম শ্ৰেণীৰ পৰা দশম  শ্ৰেণীৰ শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ ক্ষেত্ৰত 'অযোগ্য' বুলি বিবেচিত ৮০৫  জন শিক্ষকৰ ভিতৰত ৬১৮  জনৰ...

Read more

উচ্চতম ন্যায়ালয়ে বিবিচিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰি কৰা অনুৰোধ নাকচ কৰে

  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ইয়াৰ তথ্যচিত্ৰ আৰু ২০০২ চনৰ গুজৰাট দাঙ্গাৰ সৈতে সম্পৰ্কিত অভিযোগৰ বাবে ভাৰতত বিবিচিৰ ওপৰত নিষেধাজ্ঞা...

Read more

জোখতকৈ চুটিকৈ কাটিলে মডেলৰ চুলি, ২ কোটি ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ, চেলুন দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ!

চুলিয়ে এজন ব্যক্তিৰ সৌন্দর্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই ৷ যাৰ বাবে চুলিখিনি ষ্টাইলেৰে সকলোৱে কটাব বিচাৰে ৷ কিন্তু...

Read more

আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

আদানী গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে শ্বেয়াৰ ৰিগিং আৰু বিত্তীয় হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই অভিযোগৰ কোনো ভিত্তি...

Read more

উচ্চতম ন্যায়ালয়ৰ ৫ জন নতুন ন্যায়াধীশৰ শপত গ্ৰহণ

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা পাঁচজন ন্যায়াধীশে  আজি শপত গ্ৰহণ কৰে ৷ইয়াৰ লগে লগে উচ্চতম ন্যায়ালয়ত অনুমোদিত ৩৪টা ন্যায়াধীশৰ পদৰ...

Read more

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰিয়েই কিয় নিলম্বিত হ’ল মহিলা অভিযন্তা ?

যোধপুৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰা এগৰাকী মহিলা অভিযন্তাক ৰাজস্থান চৰকাৰে নিলম্বন কৰাৰ বাতৰিয়ে সমগ্ৰ দেশতে তীব্ৰ...

Read more

সোণৰ দোকানত চুৰি , পুৱাই আদালতত আত্মসমৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামানিক

সোণৰ দোকানত চুৰি কৰা গোচৰত অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিথ প্ৰামানিক। সেই গোচৰত মঙলবাৰে তেওঁ আলিপুৰদুৱাৰ আদালতত আত্মসমৰ্পণ কৰে।...

Read more

বিমুদ্ৰাকৰণৰ বাবে মোদীয়ে লোৱা সিদ্ধান্তক কোন ন্যায়াধীশে ক’লে-এয়া বেআাইনী

১০০০ আৰু ৫০০ টকীয়া পুৰণি নোট বাতিল কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা গোচৰত সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে ।দীর্ঘদিনীয়া শুনানিৰ অন্তত...

Read more

উৎকোচৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিতে দোষী সাব্যস্ত কৰিব পাৰিব চৰকাৰী কর্মচাৰীক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে দেশৰ সর্বোচ্চ ন্যায়ালয় । চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱা বা আন...

Read more
Page 6 of 17 1 5 6 7 17