VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জোখতকৈ চুটিকৈ কাটিলে মডেলৰ চুলি, ২ কোটি ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ, চেলুন দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in আইন
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

চুলিয়ে এজন ব্যক্তিৰ সৌন্দর্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই ৷ যাৰ বাবে চুলিখিনি ষ্টাইলেৰে সকলোৱে কটাব বিচাৰে ৷ কিন্তু ষ্টাইলত চুলি কাটোতে হোৱা  খেলিমেলিৰ বাবেই এজন গ্ৰাহক আৰু এখন চেলুন কতৃপক্ষ দ্বাৰস্থ হ’ল উচ্চতম ন্যায়ালয়ত ৷ প্ৰকৃতার্থত  ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আয়োগে মডেলগৰাকীৰ চুলি কটাৰ সময়ত হোৱা খেলিমেলিৰ  বাবে ২ কোটি টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে এখন নিৰ্দিষ্ট চেলুনক। এই নির্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ আহিছে  চেলুন কতৃপক্ষ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে এনচিডিআৰচিৰ নিৰ্দেশ স্থগিত ৰাখিলে। উচ্চতম ন্যায়ালয়ৰ মতে ক্ষতিপূৰণৰ পৰিমাণ কেৱল শুনা কথাৰ ভিত্তিত নহয় বস্তুগত প্ৰমাণৰ ভিত্তিত নিৰ্ধাৰণ কৰিব লাগিব।

এনচিডিআৰচিৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই হোটেল কোম্পানী আইটিচিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। এগৰাকী মডেলে অভিযোগ কৰে যে তেওঁলোকে মডেলগৰাকীৰ চুলিৰ অংশ তাই কোৱাতকৈ বেছি কাটিছিল। আৰু চুলিৰ চিকিৎসাৰ সময়ত মডেলগৰাকীৰ মূৰৰ ছাল ক্ষতিগ্ৰস্ত হৈছিল। এনচিডিআৰচিৰ প্ৰতিবেদনত কোৱা হৈছে যে আইটিচিৰ ভিতৰৰ এখন সুপৰিচিত চেলুনত হোৱা খেলি মেলিৰ  বাবে মডেলগৰাকীয়ে চাকৰি হেৰুৱাইছিল। মানসিকভাৱে তেওঁ  ভাঙি পৰিছে। কেৱল আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাই নহয়, সেইদিনাৰ পৰাই তেওঁ মানসিক উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিছে ৷

উচ্চতম ন্যায়ালয়ে কয় যে এনচিডিআৰচিৰ এই সিদ্ধান্ত যথেষ্ট একপক্ষীয়। ২০১৮ চনত সংঘটিত হৈছিল এই ঘটনা। শীর্ষ আদালতে মহিলাগৰাকীক সেই বছৰৰ মুঠ সম্পত্তিৰ পৰিমাণ লিখিত প্রমাণৰ সৈতে জমা দিবলৈ নিৰ্দেশ দিয়ে। মডেলগৰাকীক সেই সময়ত তেওঁৰ হাতত থকা সকলো মডেলিং আৰু এডভাৰটাইজিং প্ৰজেক্টৰ চুক্তি আৰু নথি-পত্ৰ আদালতত জমা দিবলৈ কোৱা হৈছে। কিন্তু  মডেল গৰাকীয়ে  আদালতত নথি পত্ৰ জমা দিব পৰা নাছিল।

মহিলাগৰাকীৰ আৱেগিক অৱস্থাৰ প্ৰতি আদালতে সহানুভূতি প্ৰকাশ কৰে। কিন্তু ক্ষতিপূৰণৰ বাবে এনচিডিআৰচিয়ে আবণ্টন দিয়া ধনৰাশি বহু বেছি। উচ্চতম ন্যায়ালয়ে এনচিডিআৰচিক ক্ষতিপূৰণৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ কয়।

Previous Post

আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

Next Post

ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!

Related Posts

ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
আইন

ৰাজনীতিবিদসকলে ধর্মক ৰাজনীতিৰ সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়

March 30, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ
আইন

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

March 15, 2023
সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে
আইন

সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে

March 4, 2023
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

আদানী বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে গঠন কৰিলে কমিটী, কাৰ নেতৃত্বত গঠন হ’ল কমিটী!!

March 3, 2023
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আইন

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

March 2, 2023
Next Post
ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!

ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7