VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in আইন
আদানীক লৈ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ‘ষড়যন্ত্ৰ’! তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আদানী গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে শ্বেয়াৰ ৰিগিং আৰু বিত্তীয় হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই অভিযোগৰ কোনো ভিত্তি নাই আৰু ইয়াৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি অভিযোগ উত্থাপন কৰিছে এদল অধিবক্তাই। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অধিবক্তা এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে। এই সন্দৰ্ভত দুটা জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। এই দুটা গোচৰৰ শুনানি অহা শুকুৰবাৰে গ্ৰহণ কৰা হ’ব ।

জনস্বাৰ্থজনিত এটা গোচৰত হিণ্ডেনবাৰ্গে দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিবলৈ এনে প্ৰতিবেদন প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰো ক্ষতি হোৱা বুলি দাবী কৰা হৈছে। এই গোচৰত আদালতত দাখিল কৰা শপতনামাত কোৱা হৈছে যে হিণ্ডেনবাৰ্গৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে গৌতম আদানী আৰু তেওঁৰ কোম্পানীয়ে শ্বেয়াৰ বজাৰত কেনেদৰে হেতালি খেলিছিল সেই সম্পৰ্কে নিয়ন্ত্ৰক চেবিক প্ৰমাণ দিব পৰা নাছিল।

 

হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট অস্থিৰতাৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে আদানী গোটৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে। সংসদৰ বাজেট অধিৱেশন সময়ে সময়ে পিছুৱাই দিয়া হৈছে। উচচতম ন্যায়ালয়ৰ তত্বাৱধানত বিৰোধীয়ে যৌথ সংসদীয় সমিতি গঠন বা  তদন্তৰ দাবী উত্থাপন কৰিছে। মঙলবাৰে সংসদত দিয়া প্ৰায় ঘণ্টাজোৰা ভাষণত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীৰ ফটো দেখুৱাই চদুয়োৰে মাজত কি সম্পৰ্ক আছে সেয়া ৰাজহুৱা কৰিবলৈ দাবী জনায় । মোডীৰ কাৰ্যকালত আদানীৰ ক্ষমতা কেনেদৰে বৃদ্ধি পালে তাক লৈয়ো কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। উত্তৰত মোদীয়ে কংগ্ৰেছকে ধৰি বিৰোধী পক্ষক আক্ৰমণ কৰে যদিও আদানীক লৈ মৌনতা অৱলম্বন কৰে।

Previous Post

ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ

Next Post

জোখতকৈ চুটিকৈ কাটিলে মডেলৰ চুলি, ২ কোটি ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ, চেলুন দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ!

Related Posts

ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
আইন

ৰাজনীতিবিদসকলে ধর্মক ৰাজনীতিৰ সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়

March 30, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ
আইন

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

March 15, 2023
সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে
আইন

সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে

March 4, 2023
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

আদানী বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে গঠন কৰিলে কমিটী, কাৰ নেতৃত্বত গঠন হ’ল কমিটী!!

March 3, 2023
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আইন

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

March 2, 2023
Next Post
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ

জোখতকৈ চুটিকৈ কাটিলে মডেলৰ চুলি, ২ কোটি ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ, চেলুন দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7