VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ‘গুৰু গোবিন্দ সিংহ জয়ন্তী’

শিখ ধৰ্মাৱলম্বী লোকসকলৰ দশমগৰাকী গুৰু, মহান যোদ্ধা, কবি আৰু আধ্যাত্মিক নেতা গুৰু গোবিন্দ সিংহৰ আজি জন্ম বাৰ্ষিকী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in সংস্কৃতি
আজি সমগ্ৰ দেশতে পালন কৰা হৈছে  ‘গুৰু গোবিন্দ সিংহ জয়ন্তী’
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আজি শিখ ধৰ্মাৱলম্বী লোকসকলৰ দশমগৰাকী গুৰু, মহান যোদ্ধা, কবি আৰু আধ্যাত্মিক নেতা গুৰু গোবিন্দ সিংহ জীৰ জন্ম বাৰ্ষিকী ।সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হৈছে গুৰুগৰাকীৰ জন্মোৎসৱ৷ নানাক্ষাহি পঞ্জিকা অনুসৰি  প্ৰতি বছৰে পুহ মাহৰ শুক্ল পক্ষৰ সপ্তমীৰ দিনা শিখসকলৰ এই দশম  গুৰু গুৰু গোবিন্দ সিংহ জয়ন্তী পালন কৰা হয় ।

আহকচোন জানো গুৰু গোবিন্দ সিংহৰ জীৱনৰ সৈতে  জড়িত কিছু বিশেষ কথা –

  • ইংৰাজী পঞ্জিকা অনুসৰি গুৰু গোবিন্দ সিংহৰ জন্ম হৈছিল ১৬৬৬ চনৰ ২২ ডিচেম্বৰত। সেয়ে  তেওঁৰ জন্মদিনত পালন কৰা হয় গুৰু গোবিন্দ সিংহ জয়ন্তী।
  • গুৰু গোবিন্দ সিংহৰ মৃত্যু হয় ১৭০৮ চনৰ ০৭ অক্টোবৰত। মোগলৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হৈছিল তেওঁ। বৰ্তমান মহাৰাষ্ট্ৰৰ নন্দদত থকা তেওঁৰ শ্বহীদ বেদীত সেয়ে নিৰ্মাণ কৰা হৈছে তখত শ্ৰী হাজুৰ চাহাব ।
  • গুৰু গোবিন্দ সিংহৰ তিনিগৰাকী পত্নী আছিল। ১০ বছৰ বয়সত ১৬৭৭ চনৰ ২১ জুনত বসন্তগড়ত মাতা জীতোৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হয়। তেওঁৰ তিনিজন পুত্ৰ আছিল। জুঝাৰ সিং, জোৰাৱাৰ সিং আৰু ফতেহ সিং।
  • ইয়াৰ পিছত ১৭ বছৰ বয়সত ১৬৮৪ চনৰ ০৪ এপ্ৰিলত আনন্দপুৰত গুৰু গোবিন্দ সিংহৰ দ্বিতীয় বিবাহ হয় মাতা সুন্দৰীৰ সৈতে। সেইফালৰ  পৰা তেওঁ অজিত সিং নামৰ আন এজন পুত্ৰৰ পিতৃ হৈছিল।
  • আনন্দপুৰতে ৩৩ বছৰ বয়সত গুৰু গোবিন্দ সিঙে ১৭০০ চনৰ ১৫ এপ্ৰিলত মাতা চাহাব দেৱানৰ লগত তেওঁৰ তৃতীয় বিবাহ সম্পন্ন কৰে। অৱশ্যে তেওঁলোকৰ কোনো সন্তান নাছিল।
  • এইগৰাকী ধৰ্মগুৰুৰ শিখ ধৰ্মলৈ অবৰ্ণনীয়  অৱদান আছে। গুৰু গোবিন্দ সিংহই বৈশাখীৰ দিনা খালছা পন্থ প্ৰতিষ্ঠা কৰিছিল। তেওঁ শিখসকলৰ বাবে পাঁচ ‘ক’ বাধ্যতামূলক কৰিছিল ৷ হিন্দী ভাষাত এই পাঁচ ‘ক’ হ’ল কেশ,কংগন,কৃপাণ,কন্ধা আৰু কচ্চা  ।
  • গুৰু গোবিন্দ সিংহই দিয়া খালছাৰ বাণী  “ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কি ফটাহ”আমাৰ সকলোৰে পৰিচিত । গুৰু গোবিন্দ সিংহ জীয়ে শিখসকলৰ মাজত গুৰুৰ পৰম্পৰাৰ অন্ত পেলাই গুৰু গ্ৰন্থ চাহেবক স্থায়ী গুৰু হিচাপে ঘোষণা কৰে।
  • গুৰু গোবিন্দ সিংহ জীয়ে ধৰ্মৰ সুৰক্ষাৰ বাবে সমগ্ৰ পৰিয়ালৰ বলিদান দিছিল।অতিকৈ দুখলগা যে নিজৰ  ধৰ্মৰ সুৰক্ষাৰ বাবে তেওঁৰ চাৰিজন পুত্ৰ বাবা জোৰাৱাৰ সিং, ফতেহ সিং, অজিত সিং আৰু বাবা জুঝাৰ সিংহক বলি দিয়া হৈছিল।
Previous Post

জ্বৰ-চর্দিত ভূগিছে নেকি ! হ’ব পাৰে ক’ভিডৰ লক্ষণ, নতুন ভেৰিয়েণ্ট অমিক্ৰণ বিএফ.৭ৰ সংক্ৰমণত কি কি লক্ষণে দেখা দিয়ে জানেনে ?

Next Post

মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰীতি নেগীয়ে চাইকেলেৰে কৰিলে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ আৰোহণ

Related Posts

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
সংস্কৃতি

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

January 28, 2023
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
সংস্কৃতি

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

January 25, 2023
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন
সংস্কৃতি

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

January 23, 2023
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
সংস্কৃতি

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

January 21, 2023
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘
সংস্কৃতি

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

January 19, 2023
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
সংস্কৃতি

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

January 19, 2023
Next Post
মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰীতি নেগীয়ে চাইকেলেৰে কৰিলে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ  আৰোহণ

মাত্ৰ ৩ দিনৰ ভিতৰতে প্ৰীতি নেগীয়ে চাইকেলেৰে কৰিলে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ আৰোহণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7