VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা

২০২৩বৰ্ষৰ ১৭জানুৱাৰীত পঁচিশ বছৰ সম্পূৰ্ণ কৰিব 'দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা'ই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2022
in সংস্কৃতি
২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

২৪জুলাই ৰবিবাৰে লেখিকা সংস্থা, অসমৰ অন্তর্গত গুৱাহাটীস্থ শাখাসমূহৰ অন্যতম এটি শাখা দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয়।  উল্লেখযোগ্য যে ২০২৩বৰ্ষৰ  ১৭জানুৱাৰীত শাখাটিয়ে পঁচিশ বছৰ সম্পূৰ্ণ কৰিব আৰু গুৱাহাটীস্থ শাখাসমূহৰ ভিতৰতেই ৰূপালী বর্ষ  পূৰ্ণ কৰাৰ গৌৰৱো অৰ্জন কৰিবলৈ সক্ষম হ’ব।

ৰূপালী জয়ন্তী  উদযাপনৰ উদ্দেশ্য আগত ৰাখিয়েই শাখাটোৱে  কালিৰ সভাত এলানি দীঘলীয়া কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷   সাহিত্যৰ বিভিন্ন দিশত প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও লৈছে উক্ত শাখাটোৱে।  তাৰেই প্রথম কাৰ্যসূচী হিচাপে আকস্মিক বক্তৃতা প্রতিযোগিতাৰে কালি ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

ৰুক্মিণী গাওঁ ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা  এই বিশেষ সভাখনিৰ পতাকা উত্তোলনৰ পিছতেই সভা উদ্বোধন কৰে লেখিকা সংস্থা অসমৰ  সভানেত্ৰী শ্রীযুতা মৃদুলা শর্মাই। আনহাতে বন্তি প্ৰজ্বলন কৰে লেখিকা সংস্থা অসমৰ প্রধান সম্পাদিকা শ্রীযুতা বিজয়া দেৱদাসে।  স্মৃতি তর্পণ কৰে শাখাৰ কার্যকৰী সভানেত্ৰী শ্রীযুতা মীনা শইকীয়াই লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকৰ গুৰু ভাৰ পালন কৰে লেখিকা সংস্থা,  অসমৰ পত্ৰিকা সম্পাদিকা শ্রীযুতা বিন্দু ডেকা চৌধুৰী আৰু হাতীগাওঁ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী শ্রীযুতা কস্তুৰী নিভা গগৈয়ে।  এই শাখাটিৰ জন্মলগ্নৰে পৰা জড়িত বিজয়া দেৱদাসে শাখাটিৰ স্মৃতিচাৰণ কৰি বিভিন্ন  কাৰণত বর্তমান এই শাখা ত্যাগ কৰা শাখাৰ বহু কেইগৰাকী পুৰণি সদস্যা,  যিসকলে  পূৰ্বতে শাখাৰ প্ৰতি যথেষ্ট অবদান আগবঢ়াইছিল তেওঁলোকৰ বিষয়ে উল্লেখ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে  ৰূপালী  জয়ন্তী উদযাপনৰ দিনটোত তেখেত সকলৰ উপস্থিতি কামনা কৰে  ।

আনহাতে লেখিকা সংস্থা অসমৰ  সভানেত্ৰী শ্ৰীযুতা মৃদুলা শর্মাই  তেখেতৰ উদ্বোধনী ভাষণত ৰূপালী জয়ন্তী বৰ্ষ গৰকা শাখাটিলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি শাখাটিক নিষ্ঠাৰে কাম কৰি আগুৱাই যাবলৈ আহ্বান জনায়।

Previous Post

ছ’চিয়েল মিডিয়াত কেটৰিনা- বিকিক মৃত্যুৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন

Next Post

ৰাজ্যসভাৰ আসন, ৰাজ্যপালৰ পদৰ বিনিময়ত ১০০ কোটি সৰকোৱাৰ চেষ্টা, চিবি আইৰ জালত চাৰি অভিযুক্ত

Related Posts

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট
সংস্কৃতি

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
Next Post
ৰাজ্যসভাৰ আসন, ৰাজ্যপালৰ পদৰ বিনিময়ত ১০০ কোটি সৰকোৱাৰ চেষ্টা, চিবি আইৰ জালত চাৰি অভিযুক্ত

ৰাজ্যসভাৰ আসন, ৰাজ্যপালৰ পদৰ বিনিময়ত ১০০ কোটি সৰকোৱাৰ চেষ্টা, চিবি আইৰ জালত চাৰি অভিযুক্ত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7