VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in মনোৰঞ্জন
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাত ‘উ অন্থাভা’ শীর্ষক আইটেম গানটোৰ  মুখ্য ভূমিকা পালন কৰিছিল। কেৱল গীতৰ কথা বা সুৰেই নহয়,  দক্ষিণৰ নায়িকা সামন্ত প্ৰভুৰ আৱেদনময়ী নৃত্যই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোকে উদ্বেলিত কৰি তুলিছিল ৷ কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক কেতিয়াও আইটেম গানত নৃত্য কৰা দেখা পোৱা নাছিল। এই গীতটোৰ জৰিয়তেহে সামান্থাক নতুন ৰূপত দেখা গৈছিল ৷ পুষ্পা ছবিত আইটেম গানত নৃত্য কৰাৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ তীব্ৰ আপত্তি আছিল।  ইয়াৰ কাৰণ বর্ণনা কৰিছে সামন্থাই ৷

 

অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱন অস্থিৰ হৈ পৰিছিল সেই সময়ত যেতিয়া তেওঁক এই গীতটোৰ প্ৰস্তাৱ দিয়া হৈছিল। নগা চৈতন্যৰ সৈতে বিচ্ছেদ ঘটিছিল অভিনেত্ৰী গৰাকীৰ । তাৰ কিছুদিনৰ ভিতৰতে সামন্ত আৰু নগাৰ বিবাহ বিচ্ছেদে শিৰোনাম দখল কৰিছিল। সেই সময়ত সামান্থাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে এনে আৱেদনময়ী গানত নৃত্য নকৰিবলৈ পৰামর্শ দিছে ৷ কিন্তু অৱশেষত সামান্থা মান্তি হ’ল।

 

অভিনেত্ৰীগৰাকীয়ে কিয় , “মই বিবাহ বিচ্ছেদৰ মাজত আছিলো। মোৰ পৰিয়াল, বন্ধু-বান্ধৱী, সকলো শুভাকাংক্ষীয়ে  কৈছিল বিবাহ বিচ্ছেদৰ পিছত এনে নৃত্য ! এই প্ৰস্তাৱ  নাকচ কৰক। এই সকলোবোৰ শুনি মই সিদ্ধান্ত ললো মই এই নৃত্যটো কৰিম।”

 

সেই গীতটোৰ বাবে সামান্থাই যথেষ্ট মাননি লৈছিল ৷  প্ৰথম আপত্তি আছিল কোৰিঅ’গ্ৰাফীক লৈ। অৱশেষত ছবিখনৰ নায়ক আল্লু অৰ্জুনে অভিনেত্ৰীগৰাকীক পতিয়ন নিয়াইছিল। অৱশ্যে ‘পুষ্পা দ্য ৰাইজ’ৰ পিছত সামান্থাৰ কয় যে তেওঁৰ কেৰিয়াৰৰ সন্ধিক্ষণত এতিয়াৰ বাবে এনে আইটেম নম্বৰৰ প্ৰস্তাৱ গ্ৰহণ নকৰে ৷

Previous Post

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

Next Post

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7