VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?

voicedesk by voicedesk
May 17, 2023
in মনোৰঞ্জন
স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিবাহৰ প্ৰায় ডেৰ বছৰ হ’ল। তেওঁলোকৰ বিষয়ে জল্পনা-কল্পনাৰ অন্ত নাই। কেতিয়াবা কেটৰিনাৰ গৰ্ভধাৰণৰ জল্পনা-কল্পনা, কেতিয়াবা তাৰকা দম্পতীৰ মাজৰ মতভেদৰ খবৰ। ১৬ মে’ত বিকি কৌশলে উদযাপন কৰে জন্মদিন । স্বামীৰ জন্মদিনত কেটৰিনাই সকলো কথা স্পষ্ট কৰি দিলে।

 

অভিনেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে ব্যক্তিগত মুহূৰ্তৰ দুখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এখন ফটোত কেটৰিনাই বিকিৰ সৈতে নৃত্য কৰি আছে ৷ আনখনত তেওঁ দুয়োজনে আলিংগন কৰি থকা দেখা গৈছে ৷ তেওঁ কেপচনত লিখিছে, “অলপ নৃত্য, বহুত মৰম।শুভ জন্মদিন মোৰ প্ৰেম।”

 

২০১৯ চনত জয়া আখতাৰৰ পাৰ্টিত দুয়োৰে মাজত সাক্ষাৎ হৈছিল ৷ তেতিয়াৰ পৰাই আৰম্ভ হয় প্ৰেম। ইয়াৰ পিছত ২০২১ চনত ৰাজস্থানত বিকি কৌশল আৰু কেটৰিনা কাইফে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত অৱশ্যে তাৰকা দম্পতীয়ে কেতিয়াবা ছ’চিয়েল মিডিয়া পেজত ইজনে সিজনৰ প্ৰতি মৰমৰ পোষ্ট শ্বেয়াৰ কৰিছিল। কিন্তু কেটৰিনাই কেইবামাহো ধৰি সংবাদ মাধ্যমক পৰিহাৰ কৰি আহিছে। ইয়াৰ মাজতে বিকি আৰু কেটৰিনাক লৈ উদ্যোগটোৰ ভিতৰত চর্চা আৰম্ভ হৈছে।

 

যশ ৰাজ ফিল্মছৰ প্ৰযোজনা ‘টাইগাৰ ৩’ কেইমাহমানৰ পিছত মুক্তি পাবলৈ ওলাইছে। ‘টাইগাৰ’ ফ্ৰেঞ্চাইজিৰ এই ছবিখনত ছলমান খানৰ সৈতে অভিনয় কৰিব কেটৰিনা কাইফে। যদিও ছবিখনৰ বিষয়ে ইতিমধ্যে চৰ্চা হৈছে, তথাপিও কেটৰিনাৰ চৰিত্ৰ সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। ফলত অনুৰাগীৰ মাজত কৌতুহল বাঢ়িছে।

Previous Post

গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম

Next Post

নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা

নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7