VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

অৱশ্যে ভাৰতে চীনতকৈও কম ব্যয়ত সম্পূৰ্ণ কৰিছিল মিছন মংগল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 24, 2023
in বিজ্ঞান
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বৃহত্তম দেশ চীনে ৰঙা গ্ৰহ মংগলত অৰ্জন কৰিলে এক ডাঙৰ কৃতিত্ব। চীনে এই মহাকাশীয় কাৰ্যসূচীৰ অধীনত মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’ ৰভাৰ প্ৰেৰণ কৰি তাত ৰাখিলে এক বিশেষ চিন ।

চীনৰ জ্যোতিৰ্বিজ্ঞানী আৰু বিজ্ঞানীসকলে মুকলি কৰিছে প্ৰথমখন ৰঙীন ক’ডযুক্ত গ্ল’বেল মেপ ।

আপোনালোকক কওঁ যে পৃথিৱীৰ পৰা মংগল গ্ৰহৰ নূন্যতম দূৰত্ব ৫৪.৬ নিযুত কিলোমিটাৰ আৰু যেতিয়া এই দুটা গ্ৰহ ঘূৰ্ণন কৰি থকাৰ সময়ত ইটোৱে সিটোৰ পৰা আৰু অধিক দূৰলৈ যায়, তেতিয়া এই দূৰত্ব ৪০১ নিযুত কিলোমিটাৰলৈ বৃদ্ধি পায়। জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে দুয়োৰে মাজত গড় দূৰত্ব প্ৰায় ২২.৫ কোটি কিলোমিটাৰ।আনহাতে  যিকোনো দেশৰ বাবেই নিজৰ মহাকাশযান বা ৰভাৰ ইমান দূৰলৈ প্ৰেৰণ কৰাটো অতি কঠিন।

ৰঙা গ্ৰহলৈ যাত্ৰা চীনৰ বাবেও সহজ নাছিল যদিও এতিয়া তাত থকা জ্যোতিৰ্বিজ্ঞানী আৰু বিজ্ঞানীৰ দলটোক চৰকাৰে  অভিনন্দন জনাইছে যে তেওঁলোকৰ এই অভিযানে সফলতা লাভ কৰিছে।

তথ্য অনুসৰি চীনে ২০২০ চনত মংগল গ্ৰহৰ বাবে অৰ্বিটাৰ, লেণ্ডাৰ আৰু ৰভাৰ প্ৰজেক্ট আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। ২০২০ চনৰ জুলাই মাহত ৱেনচাং লঞ্চিং চেণ্টাৰৰ পৰা লং মাৰ্চ ৫ ৰকেটেৰে ‘টিয়ানৱেন-১’ মহাকাশযান উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল মংগল গ্ৰহৰ মাটি, ভূতাত্ত্বিক গঠন, পৰিৱেশ, বায়ুমণ্ডল আৰু পানীৰ ওপৰত বৈজ্ঞানিক অনুসন্ধান ।

অৱশ্যে ভাৰতে চীনতকৈও কম ব্যয়ত সম্পূৰ্ণ কৰিছিল মিছন মংগল

চীনৰ বহু বছৰ আগতে ভাৰতেও মংগল কক্ষপথ অভিযান (MOM) আৰম্ভ কৰি সফলতা লাভ কৰিছিল। কিন্তু ইয়াৰ ব্যয় চীনতকৈ কম আছিল। য’ত মুঠ ৪৫০ কোটি টকা ব্যয় কৰা হৈছিল। ২০১৩ চনৰ ৫ নৱেম্বৰত পিএছএলভি-চি২৫( PSLV-C25) য়ে ইয়াক মুকলি কৰিছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম প্ৰচেষ্টাতে ইয়াক মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে স্থাপন কৰা হয়। মংগলিয়ান আছিল ভাৰতৰ প্ৰথম আন্তঃগ্ৰহ অভিযান।

Previous Post

ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ সম্পন্ন

Next Post

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান সঞ্চালক প্ৰধান ড০ জিন বালিৰ অসমৰ কৃষকৰ আয় বৃদ্ধি আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত

Related Posts

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
বিজ্ঞান

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

September 7, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
Next Post
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান সঞ্চালক প্ৰধান ড০ জিন বালিৰ অসমৰ কৃষকৰ আয় বৃদ্ধি আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান সঞ্চালক প্ৰধান ড০ জিন বালিৰ অসমৰ কৃষকৰ আয় বৃদ্ধি আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7