VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হীৰাৰ বৰষুণ হোৱা দুই গ্ৰহৰ বিষয়ে জানেনে আপুনি ? কি কয় বিজ্ঞানীয়ে !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 5, 2022
in বিজ্ঞান
হীৰাৰ বৰষুণ হোৱা দুই গ্ৰহৰ বিষয়ে জানেনে আপুনি ? কি কয় বিজ্ঞানীয়ে !!
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

নেৰানেপেৰাকৈ দিয়া বৰষুণত আমি প্ৰায়ে অস্বস্তি পাও ৷ তদুপৰি বেছিকৈ দিয়া বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বান- বাঢ়নী পানীয়েও জটিল পৰিস্থিতিৰ সৃষ্টি কৰে ৷ কিন্তু আমি যদি বৰ্তমান নেপচুন বা ইউৰেনাছ গ্ৰহত থাকিলোঁহেঁতেন, তেন্তে আমি  বৰষুণৰ লগে লগে অতি সুখী আৰু ধনী হ’লোহেঁতেন ৷ কিয়নো এই  দুটা গ্ৰহত হীৰাৰ বৰষুণ হয় ৷ অর্থাৎ দুয়োটা গ্ৰহত বৰষুণ দিলে পানীৰ টোপালৰ সলনি হীৰাৰ টুকুৰা পৰে ৷

উল্লেখ্য যে ইউৰেনাছ আৰু নেপচুনৰ মাজত থকা আকৰ্ষণীয় সাদৃশ্যৰ বাবে এই দুটা গ্ৰহক প্ৰায়ে ভাতৃ বুলি কোৱা হয়।  বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ মিথেন থকাৰ বাবে গ্ৰহ দুটাৰ ৰঙ নীলা ৷ কাৰ্বন মিথেনৰ এটা উপাদান ৷  এই দুটা গ্ৰহৰ উষ্ণতা আৰু চাপ ইমানেই বেছি যে কাৰ্বন পৰমাণুবোৰ গ্ৰহ দুটাৰ বায়ুমণ্ডলত হীৰালৈ ৰূপান্তৰিত হয় ৷

নাওমি ৰ’ গার্ণি  নামৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী গৰাকীয়ে কয়  -“ মিথেনত কাৰ্বন থাকে আৰু কাৰ্বন প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱাৰ লগতে মই পৰীক্ষা কৰাতকৈ যথেষ্ট গভীৰ  বায়ুমণ্ডলত সৃষ্টি হোৱা প্ৰচণ্ড চাপবোৰে ভাঙি পেলাব পাৰে। গ্ৰহটোৰ ভিতৰত  যেতিয়া অত্যন্ত গৰম আৰু ঘন হৈ পৰে তেতিয়া  এই হীৰাবোৰ গঠন হোৱাৰ লগতে জমা হৈ বহুত গধুৰ হৈ পৰে ।“

অৱশ্যে তেওঁ এই কথা স্পষ্ট কৰি দি কয় যে  কেতিয়াও মানুহ হিচাপে গ্ৰহ দুটালৈ   কোনো যাব নোৱাৰিব। এই বৰষুণ অত্যন্ত গধুৰ ৷  পৃথিৱীত দেখা বৰষুণৰ সৈতে ই একে  নহয়।ফলত এই হীৰাবোৰ বাস্তৱ হ’লেও মানুহে  সংগ্ৰহ কৰা সম্ভৱ নহয় ৷

 

 

Previous Post

কিয় আটক হ’ল জিটিভিৰ ঘোষক ৰোহিত ৰঞ্জন ?

Next Post

ভাৰতীয় নৌসেনাত ‘অগ্নিবীৰ’ৰ ২০ শতাংশ পৰ্যন্ত হ’ব মহিলা

Related Posts

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ
বিজ্ঞান

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ

August 5, 2022
এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে
বিজ্ঞান

এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

August 3, 2022
পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী
বিজ্ঞান

পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী

August 2, 2022
২০৩৩ চনত  মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট
বিজ্ঞান

২০৩৩ চনত মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

July 28, 2022
ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক  শক্তিশালী প্ৰজাতি
বিজ্ঞান

ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক শক্তিশালী প্ৰজাতি

July 27, 2022
আপুনি জানেনে সাগৰৰ তলত থকা  ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?
বিজ্ঞান

আপুনি জানেনে সাগৰৰ তলত থকা ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

July 25, 2022
Next Post
চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত চাকৰি কৰিব বিচাৰিছে নেকি !! তেনেহ’লে কেন্দ্ৰই আনিছে এই সুবিধা, মুকলি নতুন আঁচনি

ভাৰতীয় নৌসেনাত ‘অগ্নিবীৰ’ৰ ২০ শতাংশ পৰ্যন্ত হ’ব মহিলা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7