VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰথমবাৰৰ বাবে ভাৰতীয় জলভাগৰ পৰা চাৰিটা প্ৰজাতিৰ এজ’ক্সেনথেলেট প্ৰবাল উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পানীত পোৱা গৈছে এই নতুন প্ৰবাল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in বিজ্ঞান
প্ৰথমবাৰৰ বাবে ভাৰতীয় জলভাগৰ পৰা  চাৰিটা প্ৰজাতিৰ এজ’ক্সেনথেলেট প্ৰবাল উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জলভাগৰ পৰা প্ৰথমবাৰৰ বাবে চাৰিটা প্ৰজাতিৰ এজ’ক্সেনথেলেট প্ৰবাল উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পানীত পোৱা গৈছে এই নতুন প্ৰবাল। এজ’ক্সেনথেলেট প্ৰবাল হৈছে এনে এটা প্ৰবালৰ গোট যিবোৰে সূৰ্য্যৰ পৰা নহয়, বিভিন্ন ধৰণৰ প্লাংকটন ধৰি ৰখাৰ পৰাহে পুষ্টি লাভ কৰে। এই প্ৰবালৰ গোটসমূহ গভীৰ সাগৰৰ প্ৰতিনিধি, ইয়াৰে অধিকাংশ প্ৰজাতিয়ে ২০০ মিটাৰৰ পৰা ১০০০ মিটাৰৰ ভিতৰত অৱস্থান কৰিছে। অগভীৰ উপকূলীয় পানীৰ পৰাও ইহঁতৰ সংঘটনৰ বাতৰি পোৱা গৈছে।

 

এই নতুন আৱিষ্কাৰৰ আঁৰৰ জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া (ZSI)ৰ বিজ্ঞানী তামাল মণ্ডালে কয় যে প্ৰবালৰ চাৰিওটা গোট একেটা পৰিয়ালৰ ফ্লেবেলিডে।মণ্ডালে কয় যে এজ’ক্সেনথেলেট প্ৰবাল হৈছে কঠিন প্ৰবালৰ এটা গোট ।

তেওঁ লগতে কয় যে “ভাৰতত কঠিন প্ৰবালৰ ওপৰত সৰ্বাধিক অধ্যয়ন ৰিফ নিৰ্মাণ কৰা প্ৰবালৰ ওপৰত কেন্দ্ৰীভূত হৈছে যদিও অ-প্ৰবাল নিৰ্মাণ কৰা প্ৰবালৰ বিষয়ে বহু কথাই জনা নাযায়। এই নতুন অভিলেখসমূহে নন-ৰিফ-বিল্ডিং, একক প্ৰবালৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰে।’

ভাৰতত প্ৰায় ৫৭০ প্ৰজাতিৰ কঠিন প্ৰবাল পোৱা যায় আৰু ইয়াৰে প্ৰায় ৯০% আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আশে-পাশে থকা পানীত পোৱা যায়। প্ৰবালৰ প্ৰাচীন আৰু পুৰণি পৰিৱেশ তন্ত্ৰই পৃথিৱীৰ পৃষ্ঠৰ ১%তকৈও কম অংশ ভাগ কৰে যদিও ইহঁতে প্ৰায় ২৫% সাগৰীয় জীৱক আশ্ৰয় প্ৰদান কৰে।

জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া (ZSI)ৰ সঞ্চালিকা ধৃতি বেনাৰ্জীয়ে কয় যে বিশেষকৈ অগভীৰ উপকূলীয় পানীত বিশ্বৰ মহাসাগৰৰ অন্যতম উৎপাদনশীল, বহনক্ষম আৰু প্ৰাচীন পৰিৱেশ তন্ত্ৰ হৈছে প্ৰবাল প্ৰাচীৰ।

Previous Post

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7