VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাছাৰ জুনো মহাকাশযানে চিত্ৰিত কৰিছে বিৰাটাকায় বৃহস্পতি গ্ৰহক

নাছাৰ বৈজ্ঞানিক সকলৰ এক বৃহৎ সাফল্য

voicedesk by voicedesk
February 17, 2022
in বিজ্ঞান
নাছাৰ জুনো মহাকাশযানে  চিত্ৰিত কৰিছে বিৰাটাকায়  বৃহস্পতি গ্ৰহক
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

নাছাৰ বৈজ্ঞানিক সকলৰ হাতত এনে  সকলো ধৰণৰ  বৈজ্ঞানিক সৰঞ্জাম আছে যিয়ে তেওঁলোকক মহাকাশৰ গভীৰতম কোণবোৰলৈ যোৱাত সহায় কৰে ৷  ইতিমধ্যে  এই বৈজ্ঞানিক সকলে  নিৰ্মাণ কৰা শক্তিশালী দূৰবীণবোৰে আক্ষৰিক ভাৱে তেওঁলোকক সময়ত নিজৰ স্থানলৈ ঘূৰি যাবলৈ সহায় কৰাৰ লগতে  ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা প্ৰাচীন মহাকাশীয় বস্তুবোৰ চাবলৈকো সহায় কৰে। কিন্তু কেতিয়াবা, কেৱল  পৃথিৱীত থকাৰ বাবেই  পৃথিৱীৰ পৰা তেওঁলোকে কৰা এই পৰ্যৱেক্ষণবোৰে  মহাকাশৰ বস্তুবোৰ এক নিৰ্দিষ্ট ধৰণে ধৰিব নোৱাৰে।

আমাৰ সৌৰজগতৰ বিৰটাকাৰ বৃহস্পতি গ্ৰহটো পৃথিৱীতকৈ সূৰ্যৰ পৰা অধিক দূৰত্বত আছে। যিহেতু বৃহস্পতিৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ বাহিৰত অৱস্থিত আৰু সেয়ে  আমি কেৱল বৃহস্পতি গ্ৰহটোৰ সন্মূখৰ ভাগ হে  দেখিবলৈ পাওঁ যি সূৰ্যৰ পোহৰৰ বাবে আলোকিত হয়। বৃহস্পতিগ্ৰহৰ এটা অৰ্ধচন্দ্ৰ পৃথিৱীৰ পৰা কেতিয়াও দেখা পোৱা নাযায়।

কিন্তু এইবাৰ জুনোয়ে এই কাম সম্ভৱ কৰি তুলিলে ৷ শেহতীয়াকৈ মহাকাশত জুনো মহাকাশযানখনে বৃহস্পতি গ্ৰহটোক  চিত্ৰিত কৰাত সফল হৈছে৷ এয়া নিশ্চয়কৈ নাছাৰ বৈজ্ঞানিক সকলৰ এক বৃহৎ সাফল্য ৷

Previous Post

৬০ বছৰৰ ভিতৰত ঘটিল এই ভয়াৱহ ঘটনা, যাৰ বাবে বন্ধ কৰা হ’ল চিডনীৰ বীচ্চসমূহ

Next Post

হাৰিয়ানাত ব্যক্তিগত খণ্ডত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ পথ প্ৰশস্ত , উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে স্থগিতাদেশ

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
হাৰিয়ানাত ব্যক্তিগত খণ্ডত  স্থানীয় লোকৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ পথ প্ৰশস্ত , উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে  স্থগিতাদেশ

হাৰিয়ানাত ব্যক্তিগত খণ্ডত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ পথ প্ৰশস্ত , উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে স্থগিতাদেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7