VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে ‘পথিক’লৈ উৎসাহ মূলক  প্ৰশংসা পত্ৰ

প্ৰশংসা পত্ৰ গ্ৰহণ কৰে পথিকৰ যোৰহাট জিলাৰ কৰ্মী অঞ্জন কুমাৰ বৰা আৰু মুক্তিপথৰ সমন্নয়ক সঞ্জিব শইকীয়াই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 26, 2023
in সমাজ
৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত  ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে ‘পথিক’লৈ উৎসাহ মূলক  প্ৰশংসা পত্ৰ
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

অসমৰ এক আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ ৷ আজি বহু বছৰৰ পৰা সমাজৰ হকে বিনা দ্বিধাই কাম কৰি অহা ‘পথিক’ বৰ্তমান সমগ্ৰ অসমতে এক চিনাকি নাম ৷ বহু সময়ত ‘কৰ্কট সজাগতা’ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি  মুক্তিপথ প্ৰকল্পলৈকে পথিক সদায় থিয় হৈ আহিছে আৰ্তজনৰ কাষত ৷

সেয়েহে আজি সমগ্ৰ দেশতে উদযাপন কৰা ৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত “মুক্তিপথ” প্ৰকল্পৰ বাবে ‘পথিক’ক প্ৰদান কৰা হ’ল এক সামূহিক স্বীকৃতি ৷

যোৰহাটৰ উপায়ুক্ত,যোৰহাট আৰক্ষী অধীক্ষক,পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সংসদ কামাখ্যা প্ৰসাদ তাছাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত যোৰহাটৰ কাছাৰী মৈদানত ৭৪  সংখ্যক গণতন্ত্ৰ উদযাপনৰ সময়ত  অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ক  ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে প্ৰদান কৰা হয় উৎসাহ মূলক  প্ৰশংসা পত্ৰ ৷ অনুষ্ঠানটোৰ হৈ এই মান পত্ৰ গ্ৰহণ কৰে পথিকৰ যোৰহাট জিলাৰ কৰ্মী অঞ্জন কুমাৰ বৰা আৰু মুক্তিপথৰ সমন্নয়ক সঞ্জিব শইকীয়াই ৷

‘পথিক’ৰ এই সফলতাত  সুখী অনুভৱ কৰি ‘মুক্তিপথ’ৰ সৈতে জড়িত  সকলো সদস্য আৰু দাতা সকলক জনসাধাৰণৰ সেৱাৰ ক্ষেত্ৰত  আগবঢ়োৱা অৱদানৰ বাবে  ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতেও সকলোৰে সহায় সহযোগিতা কামনা কৰে ‘পথিক’ৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে ।

Previous Post

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

Next Post

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

Related Posts

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
Next Post
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7