VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ডিব্ৰুগড় আৰু এছএমভিটি বেংগালুৰুৰ মাজত চলিব বিশেষ ৰে'ল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মুখ্য সংবাদ
ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ৰে’ল যাত্ৰীসকলৰ সুবিধাৰ্থে  উত্তৰ-পূব সীমান্ত ৰে’লৱেই ডিব্ৰুগড় আৰু এছএমভিটি বেংগালুৰুৰ মাজত এক বিশেষ ৰে’ল সেৱা আৰম্ভ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে।  ২ আগষ্টৰ পৰা ২৮ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে সাপ্তাহিক ভাৱে আগবঢ়োৱা হ’ব এই ৰে’ল সেৱা। তদুপৰি মুঠ ৭ টা ভ্ৰমণৰ বাবে ১৫আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে  চেকেন্দ্ৰাবাদ আৰু আগৰতলাৰ মাজত  সাপ্তাহিক ভাৱে সেৱা আগবঢ়োৱা হ’ব এখন বিশেষ ৰে’লৰ যোগেৰে । এই দুইখন ৰে’লে কিছু পৰিমাণে হ’লেও  উজনি অসম, অৰুণাচল প্ৰদেশৰ কিছু অংশ, ত্ৰিপুৰা আৰু বৰাক উপত্যকাৰ লোকসকলৰ দেশৰ দক্ষিণ অংশলৈ কৰা  ৰে’ল যাত্ৰাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

সেই অনুসৰি, ২ আগষ্টৰ পৰা ২৫ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে প্ৰতি মঙলবাৰে  ৰে’ল নং ০২৯৮৬ ডিব্ৰুগড়-  এছএমভিটি বেংগালুৰু  সাপ্তাহিক বিশেষ ৰে’লৰ যোগে যাত্ৰীসকললৈ সেৱা আগবঢ়োৱা হ’ব ৷ উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা পুৱা ৭.৩০ বজাত ৰাওনা হোৱা এই বিশেষ ৰে’লখন বৃহস্পতিবাৰে সন্ধিয়া ৮.১৫ বজাত এছএমভিটি বেংগালুৰুত উপস্থিত হ’ব।

একেদৰে  ০২৯৮৭ এছএমভিটি বেংগালুৰু-ডিব্ৰুগড়   বিশেষ  সেৱাৰ ৰে’লখনে ৫ আগষ্টৰ পৰা ২৮ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে প্ৰতি শুক্ৰবাৰে যাত্ৰা আৰম্ভ কৰিব  ৷  এছ.এম.ভি.টি. বেংগালুৰুৰ পৰা ৰাতিপুৱা ১০.১৫ বজাত ৰে’লখনে  ষ্টেশ্যন এৰিব আৰু  দেওবাৰে নিশা ১১.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। ৰে’লখনৰ যাত্ৰীসকলে  ৩-টায়াৰ এচি, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ সুবিধাসমূহ  লাভ কৰিব।

আনহাতে  ০৭০৩০ চেকেন্দ্ৰাবাদ-আগৰতলা বিশেষ ৰে’লখনে মুঠ ৭ টা ভ্ৰমণৰ বাবে যাত্ৰা কৰিব যাৰ ফলত চেকেন্দ্ৰাবাদৰ পৰা ১৫,২২ আৰু ২৯ আগষ্ট আৰু ৫,১২,১৯ আৰু ২৬ ছেপ্টেম্বৰ তাৰিখে ৰাওনা হ’ব। ৰেলখন প্ৰতি সোমবাৰে ৪:৩৫ বজাত চেকেন্দ্ৰাবাদৰ পৰা ৰাওনা হ’ব আৰু বৃহস্পতিবাৰে ৩:০০ বজাত আগৰতলাত উপস্থিত হ’ব। আনহাতে ০৭০২৯ ৰে’লখনে আগৰতলাৰ পৰা  ১৯ আৰু ২৬ আগষ্ট আৰু ২,৯,১৬,২৩ আৰু ৩০ ছেপ্টেম্বৰ  তাৰিখে চেকেন্দ্ৰাবাদলৈ  যাত্ৰা আৰম্ভ কৰিব। ৰে’লখনে প্ৰতি শুক্ৰবাৰে ৬:১০ বজাত আগৰতলাৰ পৰা ৰাওনা হৈ দেওবাৰে  ৪:১৫ বজাত চেকেন্দ্ৰাবাদ ষ্টেশ্যনত উপস্থিত  হ’ব।

জানিবপৰা মতে বিশেষ ৰে’লখনত থাকিব এটা এচি ২-টায়াৰ, পাঁচটা এচি ৩-টায়াৰ, দহটা শ্লীপাৰ শ্ৰেণী, দুটা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু দুটা এছএলআৰ ডবাকে ধৰি মুঠ ২০ টা ডবা  ।

Previous Post

মাতৃয়ে ২৭ বছৰ পূর্বে সেনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা একাডেমীৰ পৰাই প্ৰশিক্ষণ লৈ সেনা বিষয়া হ’ল পুত্ৰ, মাতৃ-পুত্ৰৰ হৃদয়স্পর্শী কাহিনীয়ে লাভ কৰিছে চর্চা

Next Post

পশ্চিমবংগত শোকাৱহ ঘটনা, ডিজে চিষ্টেম চলাবলৈ লগোৱা জেনেৰেটৰৰ পৰা বিদ্যুৎস্পৃষ্ট বাহন, নিহত ১০ জন লোক

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
পশ্চিমবংগত শোকাৱহ ঘটনা, ডিজে চিষ্টেম চলাবলৈ লগোৱা জেনেৰেটৰৰ পৰা বিদ্যুৎস্পৃষ্ট বাহন, নিহত ১০ জন লোক

পশ্চিমবংগত শোকাৱহ ঘটনা, ডিজে চিষ্টেম চলাবলৈ লগোৱা জেনেৰেটৰৰ পৰা বিদ্যুৎস্পৃষ্ট বাহন, নিহত ১০ জন লোক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7