VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজিৰে পৰা ৪০ টাৰো অধিক মোবাইলত উপলব্ধ নহ’ব what’s app

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in মুখ্য সংবাদ
আজিৰে পৰা ৪০ টাৰো অধিক মোবাইলত উপলব্ধ নহ’ব what’s app
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

“মেটা” কোম্পানীৰ তৰফৰ পৰা what’s app ব্যৱহাৰৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা এপ’ল, ছেমছাং আদি কেইবাটাও কোম্পানীৰ মোবাইলত what’s app ব্যৱহাৰ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে। 

পুৰণি এণ্ড্ৰইড আৰু আই অ’ এছযুক্ত ৪০ টাৰো অধিক ফোনত আজিৰে পৰা what’s app অকামিলা হৈ পৰাব। ছেমছাং গেলেক্সী এছ ২, গেলেক্সী এছ 3, গেলেক্সী এছ কভাৰ ২, গেলেক্সী এছ ক’ৰ আদিত জনপ্ৰিয় এপটো অকামিলা হৈ পৰিব। আনহাতে এপ’লৰ আই ফোন এছ আই, আই ফোন ৬ এছ, আই ফোন ৬ এছ প্লাছ আদিতো what’s app ব্যৱহাৰ কৰিব নোৱাৰিব। 

একেদৰে ছনি এল জি, ZTE আদি কোম্পানীৰ পুৰণি মডেলসমূহত পূৰ্বৰ দৰে what’s app ব্যৱহাৰ কৰিব পৰা নাযাব। 

কেৱল এণ্ড্ৰইড ৪.১ বা তাৰ ওপৰৰ ভাৰ্ছন,  আই অ’ এছ ১০ বা তাৰ ওপৰৰ ভাৰ্ছন মোবাইলতহে what’s app ব্যৱহাৰ কৰিব পাৰিব।

Previous Post

বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানীৰ তালিকাত অসমৰ ড৹ ফইজুদ্দিন আহমেদ

Next Post

নগা সুন্দৰী লিকপো কন্যাকে গ্লেমাৰ লুক ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
জনপ্ৰিয় খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান কে.এফ.চিৰ নতুন ‘চেলিব্ৰেচন বাকেট’
মুখ্য সংবাদ

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

February 7, 2023
Next Post
নগা সুন্দৰী লিকপো কন্যাকে গ্লেমাৰ লুক ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব

নগা সুন্দৰী লিকপো কন্যাকে গ্লেমাৰ লুক ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7