মুখ্য সংবাদ

কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! কেন্দ্ৰই প্ৰকাশ কৰিলে প্ৰতিবেদন

কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! ৰে’ল সুৰক্ষা আয়ুক্তৰ প্রতিবেদন পুনৰীক্ষণ কৰাৰ পাছত চৰকাৰে প্রথমবাৰৰ বাবে বিতংভাৱে এই দুর্ঘটনাৰ...

Read more

এদিনো স্কুল খটি নকৰাকৈ ১০ বছৰ বয়সত ৫০খন দেশ ভ্ৰমণ এগৰাকী কিশোৰীৰ ? কেনেদৰে এয়া সম্ভৱপৰ হ’ল ?

বহুতে পৃথিৱী ভ্ৰমণ কৰাৰ সপোন দেখে ৷ কিন্তু সকলো মানুহৰ সেই সপোন বাস্তৱায়িত নহয় ৷  কিছুমান মানুহে আৰ্থিকভাৱে সক্ষম নহয়...

Read more

বিজেপিৰ অনাস্থা প্ৰস্তাৱক লৈ চত্তীশগড় বিধানসভাত ১৩ ঘণ্টীয়া বিতৰ্ক, ধ্বনিভোটত জয়লাভ কংগ্ৰেছৰ

দুৰ্নীতি, আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতিকে ধৰি কেইবাটাও অভিযোগত বিৰোধী বিজেপিয়ে ছত্তীশগড় কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। শুকুৰবাৰে পুৱা ১...

Read more

‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ৰ পুৰস্কাৰ লাভ কৰা মণিপুৰৰ নংপোক ছেকমাই থানাৰ এক কিলোমিটাৰৰ ভিতৰত সংঘটিত হৈছিল ভয়াৱহ ঘটনা

মণিপুৰৰ নংপোক ছেকমাই থানাক কেন্দ্ৰীয় চৰকাৰে ‘দেশৰ শ্ৰেষ্ঠ থানা’ হিচাপে ঘোষণা কৰিছিল। আৰু সেই থানাৰএক কিলোমিটাৰৰ ভিতৰত মণিপুৰৰ দুগৰাকী মহিলাক...

Read more

ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম

বিজ্ঞানত ঈশ্বৰৰ ব্যাখ্যা কি? এলবাৰ্ট আইনষ্টাইনে ঈশ্বৰক বিশ্বাস কৰিছিল নেকি? ১৯৫০ চনত ধর্মীয় শিক্ষয়িত্ৰী মাৰ্থা মংকে আইনষ্টাইনলৈ এখন চিঠি লিখিছিল।...

Read more

চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

চীনত হাজাৰ হাজাৰ ফুট গভীৰ গাঁত খান্দিবলৈ লোৱা পদক্ষেপক লৈ তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে । প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে,...

Read more

মণিপুৰ চম্ভালিবলৈ ম্যানমাৰক আবেদন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

মণিপুৰৰ পৰিস্থিতিয়ে কেন্দ্ৰৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছে। নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। শেহতীয়াকৈ...

Read more

পূর্ণ গতিত চলিছে পথ নির্মাণৰ কাম,ছেপ্টেম্বৰৰ পৰা তীৰ্থযাত্ৰীসকলে দর্শন কৰিব পাৰিব কৈলাস

যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল চাৰিধাম যাত্ৰা। জুলাইৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। এইবাৰ উত্তৰাখণ্ড চৰকাৰে কৈলাস যাত্ৰাৰ বাবে...

Read more

দিন নির্ধাৰণ নহ’লেও ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ এতিয়াৰে পৰা অযোধ্যাত আৰম্ভ হৈছে হোটেল বুকিং

দীঘলীয়া আইনী যুঁজৰ পাছত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পথ প্ৰশস্ত হৈছিল ৷ দ্ৰুতগতিত আগবাঢ়িছে ইয়াৰ নির্মাণকার্য ৷ সকলো ঠিকে থাকিলে...

Read more

পদত্যাগৰ দাবী উঠিলেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰে বিজেপিয়ে

মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা ভিডিঅ’ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগে সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ কৰিছে। একে সময়তে...

Read more
Page 157 of 521 1 156 157 158 521