মুখ্য সংবাদ

বন্দে ভাৰতৰ খুন্দাত পুনৰ গৰুৰ মৃত্যু, গান্ধীনগৰৰ পৰা মুম্বাইলৈ যোৱাৰ পথত দুৰ্ঘটনা

পুনৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লে খুন্দা মৰাৰ ফলত মৃত্যু হয় এটা গৰু। এইবাৰ  মহাৰাষ্ট্ৰৰ ডাহনু অঞ্চলত এই ঘটনা সংঘটিত হয়...

Read more

বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিবলৈ ‘সুযোগ পাব’, চাৰি বছৰ পূৰ্বে মোডীয়ে কৰিছিল ভৱিষ্যৎবাণী , ভাইৰেল ভিডিঅ’

মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলসমূহে বুধবাৰে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে । এই পৰিবেশতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুৰণি ভাষণৰ এটা...

Read more

আইফোনতকৈয়ো দামী !!! এপলৰ বিশেষ জোতাৰ নিলামত কিমান দাম নির্ধাৰণ কৰা হৈছে ??

প্ৰযুক্তি কোম্পানী এপলে এসময়ত ‘বিশেষ সংগ্ৰহ’ হিচাপে কিছুমান স্নিকাৰ প্ৰস্তুত কৰিছিল যদিও এই জোতা কেতিয়াও সাধাৰণ জনতাৰ বাবে মুকলি কৰা...

Read more

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ মুৰব্বী হিচাপে সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। বুধবাৰে ন্যায়াধীশ...

Read more

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

নতুন দিল্লী/গুৱাহাটী, ২৪ জুলাই: সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে আজি মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদত...

Read more

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

গুৱাহাটী ২৫ জুলাই : ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সকলো সাংবাদিকৰ বাবে...

Read more

শিমলুগুৰিত “নৃত্যাংগনা ডেঞ্চ একাডেমী” মুকলি

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:--জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ উদ্যোগত নগাঁও- মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী শিমলুগুৰিত মঙলবাৰে "নৃত্যাংগনা ডেঞ্চ একাডেমী" শীৰ্ষক এখনি নৃত্য আৰু...

Read more

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:--কাজিৰঙাৰ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত...

Read more

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:--নগাওঁ জিলাৰ সোণাই পৰীয়া সাংবাদিকৰ উমৈহতীয়া মঞ্চ সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত মংগলবাৰে বিয়লি নগাঁৱৰ সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা...

Read more

প্ৰবীণ পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দাৰ মৃত্যু, সাংস্কৃতিক মহলত শোকৰ ছাঁ

: লুধিয়ানাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দাৰ মৃত্যু হয় ৷ পুত্ত জত্তন...

Read more
Page 160 of 526 1 159 160 161 526