VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 29, 2023
in ক্ৰীড়া
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
0
SHARES
108
VIEWS
Share on FacebookShare on Twitter

 

এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ অভিযান অব্যাহত আছে ৷শ্বুটিঙৰ পৰা ভাৰতে ১৪তম পদক লাভ কৰিছে । শুকুৰবাৰে পুৱা এছিয়ান গেমছত মহিলা শ্বুটাৰে প্ৰথম পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত ৰূপৰ পদক লাভ কৰে পালক গুলিয়া, এছা সিং আৰু টি এছ দিব্যাই। কিছু মুহূৰ্তৰ ভিতৰতে ভাৰতীয় পুৰুষে শ্বুটাৰে সোণৰ পদক লাভ কৰে।

 

শুকুৰবাৰে ১০ মিটাৰ এয়াৰ পিষ্টলত ১৭৩১ পইণ্ট লাভ কৰে পলকেৰাই। চীনা শ্বুটাৰৰ হাতত  তেওঁ পৰাস্ত হয় ৷তেওঁলোকে ১৭৩৬ পইণ্ট লাভ কৰে। এই ইভেণ্টত চীনা টাইপেই ব্ৰঞ্জৰ পদক লাভ কৰে।শুকুৰবাৰে পলকেৰাই পদক লাভ কৰাৰ কিছু মুহূৰ্তৰ ভিতৰতে ভাৰতৰ হৈ সোণৰ পদক কঢ়িয়াই আনিলে ঐশ্বৰ্য প্ৰতাপ সিং টোমাৰ, কুশল স্বপ্নীল আৰু অখিল শ্বেওৰানে। ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতৰ সোণৰ পদকেৰে  বিশ্ব অভিলেখ ৰচনা কৰে । এছিয়ান গেমছত এইবাৰ শ্বুটিঙৰ জৰিয়তে ভাৰতে ১৫ সংখ্যক পদক অৰ্জন কৰে।

 

ভাৰতেও বৃহস্পতিবাৰে শ্বুটিঙত সোণৰ পদক লাভ কৰিছিল। পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ৰাবজোৎ সিং, শিৱ নৰৱাল আৰু অৰ্জুন সিং চিমাই সোণৰ পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰে।

​

Previous Post

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

Next Post

কাবেৰী নদীৰ পানীৰ বিবাদ, কৰ্ণাটকত ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ

Related Posts

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা
ক্ৰীড়া

১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা

November 25, 2023
Next Post
কাবেৰী নদীৰ  পানীৰ বিবাদ, কৰ্ণাটকত ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ

কাবেৰী নদীৰ পানীৰ বিবাদ, কৰ্ণাটকত ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7