বিজ্ঞান

প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱা পানী, মহাকাশত নাছাৰ বিজ্ঞানীৰ আন এক সাফল্য

প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী তৈয়াৰ কৰিছে নাছাৰ বিজ্ঞানীসকলে । কিন্তু পৃথিৱীত নহয়। মহাকাশত বহি এই ‘অসম্ভৱ’ কাম তেওঁলোকে কৰিবলৈ...

Read more

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

ভাৰতীয় বিজ্ঞানীৰ এটা দলে বৃহস্পতি গ্ৰহতকৈ প্ৰায় ১৩ গুণ ডাঙৰ গ্ৰহ এটা আৱিষ্কাৰ কৰিছে। আহমেদাবাদৰ ভৌতিক গৱেষণা পৰীক্ষাগাৰ (PRL)ৰ বিজ্ঞানীসকলৰ...

Read more

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

বিজ্ঞানীসকলে শনিৰ কেইবাটাও নতুন উপগ্ৰহ আৱিষ্কাৰ কৰিছে। উপগ্ৰহৰ সংখ্যাত শনিয়ে এইবাৰ ‘গ্ৰহ’ বৃহস্পতিকো অতিক্ৰম কৰিলে। ইয়াৰ উপগ্ৰহ বৃহস্পতিতকৈ বেছি। শেহতীয়াকৈ...

Read more

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

মংগল গ্ৰহত জীৱৰ অনুসন্ধানত মহাকাশ গৱেষণা সংস্থা নাছাই অনুসন্ধান অব্যাহত ৰাখিছে ৷ শেহতীয়া তথ্য অনুসৰি মংগল গ্ৰহত এসময়ত আছিল জুৰি...

Read more

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা যদিও ইয়াৰ জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসো আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০ এপ্ৰিলত  হৈছিল আৰু এতিয়া বছৰৰ...

Read more

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২মে':-- আর্যভট্ট বিজ্ঞান কেন্দ্র,কলিয়াবৰ উন্নয়ন খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত মঙ্গলবাৰে নগাঁও...

Read more

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

আমেৰিকাৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বৃহত্তম দেশ চীনে ৰঙা গ্ৰহ মংগলত অৰ্জন কৰিলে এক ডাঙৰ কৃতিত্ব। চীনে এই মহাকাশীয় কাৰ্যসূচীৰ...

Read more

সৌৰ ধুমুহাৰ সতৰ্কবাণী! একেৰাহে দুদিন ধৰি পৃথিৱীত পৰিব প্ৰভাৱ

সৌৰ ধুমুহাৰ বাবে পৃথিৱীত বৃদ্ধি পাইছিল উত্তাপ ৷ ভাৰত মহাসাগৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হৈছিল। সেই সৌৰ ধুমুহাৰ জোকাৰণিৰ প্ৰভাৱ হ্ৰাস...

Read more

বৃহস্পতিবাৰে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ,আকাশত দেখা যাব সোণালী আঙঠি! ক’ত, কেতিয়া, কেনেকৈ দেখা পাব বিশ্বব্ৰহ্মাণ্ডৰ বিৰল দৃশ্য?

সূৰ্যগ্ৰহণৰ সময়ত আকাশত দেখা যাব সোণালী আঙঠি! অহা২০ এপ্ৰিল বৃহস্পতিবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত পৃথিৱীয়ে এক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’ব...

Read more

উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?

আকাশত ৰাতিৰ আন্ধাৰৰ মাজেৰে পোহৰৰ বিন্দু এটা জিলিকি উঠিব। নিশাৰ আকাশত দেখা যাব  লাইৰিড উল্কা ৷  ১৫ এপ্ৰিলৰ পৰা ২৯...

Read more
Page 3 of 26 1 2 3 4 26