ক্ৰীড়া

ঘৰুৱা মাটিতে লজ্জিত হ’বলগীয়া হ’ল পাকিস্তান, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ৩-০ ব্যৱধানত পৰাস্ত

দেশৰ মাটিতে লজ্জিত হ’বলগীয়া হ’ল পাকিস্তান ক্ৰিকেট টীম ৷ টেষ্ট শৃংখলাত ৩-০ ব্যৱধানত পাকিস্তানক পৰাজিত কৰিলে ইংলেণ্ডে। ইংলেণ্ডে ১৭ বছৰৰ...

Read more

পৰাজিত হৈয়ো নায়কত পৰিণত ফ্ৰান্সৰ এমবাপেই, ২৩ বছৰ বয়সতে পেলেৰ সৈতে সমতা স্থাপন কৰা এমবাপেই কোন ৫ ফুটবলাৰৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে ?

বিশ্বকাপ ফাইনেলত ৩৬ বছৰৰ অপেক্ষাৰ অন্ত পেলাই খিতাপ দখল কৰিলে আর্জেণ্টিনাই ৷  শেষলৈকে অত্যন্ত ৰোমাঞ্চকৰ হৈ পৰা মেচখনত পৰাজয়বৰণ কৰিলেও...

Read more

ফ্ৰান্সৰ পৰাজয়ৰ পাছতে অনুৰাগীৰ মাজত ক্ষোভ, ৰাজপথত চলালে তাণ্ডৱ- আৰক্ষীৰ লাঠীচালনা

বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হোৱাৰ পিছত ফ্ৰান্সৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী। ফ্ৰান্সৰ পৰাজয়ৰ পাছত আশাভংগ হোৱাৰ পাছত...

Read more

ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব চূড়ান্ত খেল? কি সমস্যাত ভুগিছে তাৰকা ফুটবলাৰজনে ?

আঘাতৰ বাবে কাটাৰ বিশ্বকাপত খেলিব পৰা নাই পল প’গবাই। ৰাছিয়াত অনুষ্ঠিত হোৱা যোৱা বিশ্বকাপত ফ্ৰান্সে ট্ৰফী জয়ৰ আঁৰৰ অন্যতম মূল...

Read more

মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনা। ৩৬ বছৰীয়া অপেক্ষাৰ অন্তত তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ  লাভ কৰিবলৈ হাহাকাৰ কৰিছে লিয়নেল মেছিয়ে।...

Read more

বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামত অঘটন, ষ্টেডিয়ামৰ পৰা পৰি মৃত্যু নিৰাপত্তাৰক্ষীৰ

  কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে  খেলিব। সেই মেচখন অনুষ্ঠিত হ’ব লুচিল ষ্টেডিয়ামত।এই ষ্টেডিয়াম খনতে এজন নিৰাপত্তাৰক্ষীৰ...

Read more

ক্ৰ’ৱেছিয়াক হৰুৱাই ফাইনেলত আর্জেণ্টিনা, এয়াই হ’ব মেছিৰ শেষ বিশ্বকাপ

বিশ্বকাপ আৰম্ভ হোৱাৰ আগতেই বিশ্ববিশ্ৰুত ফুটবল তাৰকা লিঅ’নেল মেছিয়ে প্ৰকাশ কৰিছিল যে  চলিত বর্ষৰ বিশ্বকাপ তেওঁৰ শেষ বিশ্বকাপ হ’ব পাৰে।...

Read more

ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল

ইংৰাজী প্ৰিমিয়াৰ লীগৰ ক্লাব ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী। ইয়াৰ পূৰ্বে  ভাৰতীয় কোটিপতি ব্যৱসায়ী গৰাকীয়ে লিভাৰপুল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ...

Read more

সমাগত বিশ্বকাপৰ ফাইনেল, কোনে লাভ কৰিব গ’ল্ডেন বুট, চর্চালৈ আহিছে এইসকল খেলুৱৈৰ নাম ?

বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পর্যায়ৰ অন্ত পৰিল। আৰু চাৰিখন মেচ বাকী। দুখন ছেমি ফাইনেল, তৃতীয় স্থানৰ প্লে অফ আৰু এখন ফাইনেল...

Read more

বিশ্বকাপৰ ছেমি ফাইনেল-ফাইনেলত ব্যৱহাৰ কৰা হ’ব নতুন বল, কি ৰঙ দিয়া হ’ব নতুন বলত ?

কাটাৰত অনুষ্ঠিত হৈ থকা ফুটবল বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে। বিশ্বকাপৰ মাত্ৰ চাৰিখন খেল বাকী আছে। ছেমি ফাইনেল দুখন, তৃতীয়...

Read more
Page 38 of 74 1 37 38 39 74